• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী হৈয়ে প্ৰথমখন সংবাদমেল সম্বোধন হিমন্ত বিশ্ব শৰ্মাৰ, কি কি বিশেষ কথা ক’লে তেওঁ?

পৰেশ বৰুৱালৈ বিশেষ আহ্বান নতুন মুখ্যমন্ত্ৰীৰ

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
May 10, 2021 2:33 pm
ppk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰীৰ আসনখন অলংকৃত কৰি অৰ্থ্যাৎ ৰাজ্যপালৰ উপস্থিতিত শপত গ্ৰহণ কৰিয়েই সম্বোধন কৰা সংবাদমেলত আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ বিশেষ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সংবাদমেলত পৰেশ বৰুৱালৈ আহ্বান জনাই হিমন্তই কয় ‘সংযুক্ত মুক্তি বাহিনী, অসম’ৰ নেতা বা এই সংগঠনৰ নেতৃত্ব লোৱা পৰেশ বৰুৱাকো অনুৰোধ কৰিম যে সশস্ত্ৰ সংগ্ৰামৰ পথ সামৰি অসমৰ জাতীয় জীৱনলৈ স্থায়ী শান্তি ওভতাই আনিবলৈ সকলোৱে মিলি সমস্যাবোৰ আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব লাগিব।‘

Apply Now

তদুপৰি, হত্যা অপহৰণৰ নিচিনা ঘটনাই সমস্যা জটিল কৰে, সমস্যা সমাধান নকৰে বুলি উল্লেখ কৰি মন্তব্য  কৰি হিমন্ত বিশ্ব শৰ্মাই  কয় ‘অনাগত ৫ টা বছৰত শান্তিৰ মাজেৰে আমি জাতীয় জীৱনৰ মূল সূঁতিলৈ ওভতাই আনিবলৈ সফল হ’ম।‘

তেওঁ আৰু কয় ‘আমাৰ নতুন মন্ত্ৰী সভা খনে আন সশস্ত্ৰ সংগঠন সমূহকো শান্তিৰ আলোচনাৰ মাজেৰে অসমত শান্তি আনিবলৈ অনুৰোধ জনাম।

আনহাতে, একেখন সংবাদমেলতে নতুন যাত্ৰা আৰম্ভ কৰিবলৈ আশীৰ্বাদ বিচাৰি  তেওঁ লগতে কয় ‘কাইলৈ আমাৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। কোভিড সন্দৰ্ভত এই বৈঠকত আলোচনা কৰা হ’ব।দুয়োটা মিত্ৰ দলে অসমৰ জনসাধাৰণৰ সন্মুখত দিয়া  প্ৰতিশ্ৰুতি আৰু সপোন বাস্তৱত কিদৰে  ৰূপান্তৰ কৰিব পাৰি তাৰ বাবে আমি ব্যৱস্থা হাতত ল’ম আৰু সময়ে সময়ে লৈ থকা সিদ্ধান্ত সমূহ আপোনালোকক অৱগত কৰিম।‘

তেওঁ আৰু অন্য প্ৰতিশ্ৰুতি সমূহ উল্লেখ কৰি কয় ‘বৈঠকত অসমত শেহতীয়া কোভিড পৰিস্থিতি মোকাবিলা কৰিবলৈ যি প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব সেই বিষয়তো আমি আলোচনা কৰিম।‘

‘১ লাখ নিবনুৱা যুৱক- যুৱতীৰ কৰ্ম সংস্থাপন, অৰুনোদই আঁচনিক এক নতুন মাত্ৰা প্ৰদান, Micro ফাইনাঞ্চৰ ঋণৰ দুৰ্ব্যৱহাৰ আৰু ঋণৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি আমি দিছিলোঁ।নিৰ্ধাৰিত সময়ৰ মাজত আমি কিদৰে প্ৰতিশ্ৰুতিবোৰ পালন কৰিব পাৰো তাৰ বাবে আমি ব্যৱস্থা ল’ম।‘ মুখ্যমন্ত্ৰীয়ে আশ্বাস দি কয়।

জাহ্নৱী  বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd