• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত সৰ্বানন্দ নিমাত; সাংবাদিকৰ আগত মুখ খুলি কি ক’লে হিমন্ত বিশ্ব শৰ্মাই?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 8, 2021 4:25 pm
himu
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী? তাক লৈ জল্পনা-কল্পনা চলি থকাৰ মাজতে দিল্লীলৈ তলব কৰা হৈছিল সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক।

পুৱা ৭.১৫ত চাৰ্টাৰ্ড বিমানেৰে সৰ্বা-হিমন্ত একেলগে গৈ প্ৰথমে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাক সাক্ষাৎ কৰি ১০ বজাৰ পৰা দুয়ো বৈঠকত মিলিত হয়।

Apply Now

তাৰ পিছত পুনৰ দুয়ো যায় কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বাসগৃহলৈ। অমিত শ্বাহৰ বাসগৃহত বৈঠকত মিলিত হৈ পুনৰ জে.পি. নাড্ডাৰ বাসগৃহত বৈঠকত পুনৰ মিলিত হয় এক বৈঠকত।

ইপিনে, এই বৈঠকৰ পাছত সৰ্বানন্দ সোণোৱাল সংবাদমাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

তাৰ বিপৰীতে গৈ থকা বাহন ৰখাই সংবাদ মাধ্যমৰ আগত মন্তব্য দি কয় ‘কাইলৈ গুৱাহাটীত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব। তাৰ পাছতে সকলো উত্তৰ পাব।‘

এটা কথা উল্লেখ কৰিব লাগিব যদিহে বিধায়িনী দলৰ বৈঠকত ৬০ গৰাকী বিধায়কৰ মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত মত গ্ৰহণ কৰে তেন্তে সৰহসংখ্যক বিধায়কেই অৰ্থ্যাৎ চাৰিভাগৰ তিনি অংশ বিধায়কেই হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন জনোৱাৰ সম্ভাৱনা প্ৰকট।

ভয়াবহ কোভিড পৰিস্থিতিৰ মাজত কাক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিলে অসমৰ বাবে ভাল হ’ব তেনে এগৰাকী পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰিব সংসদীয় পৰিক্ৰমা ব’ৰ্ডে।

ইপিনে, দিল্লীলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বিধায়ক বিমল বৰা যোৱাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গৈছে বিধায়ক তৰংগ গগৈ।

বিজেপিৰ কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বই অসমত দলটোক দীঘলীয়া সময়ৰ বাবে আগবঢ়াই নিয়াৰ স্বাৰ্থত এগৰাকী সৰ্বজনগ্ৰাহ্য নেতা নিৰ্বাচনৰ ওপৰত গুৰুত্ব দিয়া বুলি জানিব পৰা গৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

বকোৰ গামেৰিমুৰা আৰক্ষী চকীত গুলীচালনাৰ ঘটনাত নিহত দুই আৰক্ষী বিষয়া

September 3, 2026 6:44 pm
মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

মোডী-পেজেস্কিয়ানৰ বৈঠকৰ পিছতে আমেৰিকাৰ সকীয়নি! কি ক’লে বিদেশ সচিব মাৰ্কো ৰুবিঅ’ই?

September 3, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

শিৰত ৪টা আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণ পদক; ফুটপাথত পাচলি বিক্ৰী কৰি পেট প্ৰৱৰ্তাইছে অমৰদ্বীপে

September 3, 2026 8:32 pm
নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

নিৰ্ধাৰিত সময়ৰ পূৰ্বেই ভাৰতীয় বায়ুসেনাৰ পৰা অৱসৰ; বেচৰকাৰী চাকৰিত যোগদান অভিনন্দনৰ

September 3, 2026 7:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd