DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আজি শপত ল’ব ১৪ গৰাকী নতুন কেবিনেট মন্ত্ৰীয়ে; তালিকাত কোন চাওক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 10, 2021 9:24 am
sonn
1.1k
VIEWS
Share on FacebookShare on Twitter

আজি কলাক্ষেত্ৰত শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ লগতে এই ১৪ গৰাকী মন্ত্ৰীয়ে।

ইয়াৰে ভিতৰত কেবিনেটত ইউপিপিএলৰ ইউ জি ব্ৰহ্ম অগপৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্তই লাভ কৰিব মন্ত্ৰিত্ব। এক সূত্ৰই এই কথা আমাৰ সাংবাদিকক জনাইছে।

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে এগৰাকী কেবিনেট পৰ্য্যায়ৰ মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিব। মন্ত্ৰিত্ব লাভ কৰিলেই এৰিব দলৰ সভাপতিৰ পদ। ভৱেশ কলিতাই ৰাজ্যিক বিজেপিৰ সভাপতি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

যোৱাবাৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লাভ কৰা পিযুষ হাজৰিকাই কেবিনেট পৰ্য্যায়ৰ মন্ত্ৰী লাভ কৰিব। ন বিজেপি তথা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগ, টিএমপিকেৰ প্ৰাক্তন নেতা তথা ন-বিজেপি নেতা ডাঃ ৰনোজ পেগুৱেও আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

পূৰ্বৰ চৰকাৰৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী যোগেন মহন, সঞ্জয় কিষানে লাভ কৰিব কেবিনেট মন্ত্ৰীৰ মৰ্যদা।

ইপিনে, চন্দ্ৰ মোহন পাটোৱাৰী পুনৰ থাকিব কেবিনেট মন্ত্ৰী হিচাপে।

টিংখাং সমষ্টিৰ বিধায়ক বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ হিচাপে পৰিচিত বিমল বৰাই কেবিনেট পৰ্য্যায়ৰ মন্ত্ৰিত্ব লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তেওঁৱো আজি শপত গ্ৰহণ কৰিব।

ইয়াৰোপৰি, পূৰ্বৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই পুনৰ কেবিনেট মন্ত্ৰী লাভ কৰিব। সেইদৰে, বিধায়ক অশোক সিংঘালেও কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।

পৰৱৰ্তী পৰ্যায়ত হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব বুলি সূত্ৰটোৱে জনায়। কোনে কি মন্ত্ৰী হিচাপে শপত ল’ব সেয়া অৱশ্যে এতিয়াও প্ৰকাশ পোৱা নাই।

Recent News

CJI Ramana: ‘ন্যায়পালিকা কেৱল সংবিধানৰ প্ৰতিহে দায়বদ্ধ’, ৰাজনৈতিক দলসমূহক সমালোচনা দেশৰ মুখ্য ন্যায়াধীশৰ

CJI Ramana: ‘ন্যায়পালিকা কেৱল সংবিধানৰ প্ৰতিহে দায়বদ্ধ’, ৰাজনৈতিক দলসমূহক সমালোচনা দেশৰ মুখ্য ন্যায়াধীশৰ

Pulitzer Prize winner Sana Irshad Mattoo: বিমানবন্দৰত আটক! পুলিৎজাৰ বিজয়ী কাশ্মীৰী মহিলা ফটো সাংবাদিকক বিদেশলৈ যোৱাত বাধা

Pulitzer Prize winner Sana Irshad Mattoo: বিমানবন্দৰত আটক! পুলিৎজাৰ বিজয়ী কাশ্মীৰী মহিলা ফটো সাংবাদিকক বিদেশলৈ যোৱাত বাধা

Uddhav vs Shinde again: যৱনিকা পৰা নাই নাটকৰ! বিধানসভাৰ অধ্যক্ষ পদৰ বাবে সিন্দেৰ প্ৰাৰ্থী ৰাহুলৰ বিৰুদ্ধে উদ্ধৱৰ ৰঞ্জন

Uddhav vs Shinde again: যৱনিকা পৰা নাই নাটকৰ! বিধানসভাৰ অধ্যক্ষ পদৰ বাবে সিন্দেৰ প্ৰাৰ্থী ৰাহুলৰ বিৰুদ্ধে উদ্ধৱৰ ৰঞ্জন

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd