• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰবাৰ নগেন শইকীয়াক আক্ৰমণৰ লক্ষ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 24, 2020 8:11 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সাহিত্যিক নগেন শইকীয়াক পুনৰবাৰ আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৃহস্পতিবাৰে শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা বিজেপি যুৱ মৰ্চাৰ অসম প্ৰদেশৰ ‘যুৱ সংসদ’ অনুষ্ঠানত ভাষণ দি তেওঁ শইকীয়াক আক্ৰমণৰ লক্ষ্য কৰি লয়।

নগেন শইকীয়াক উদ্দেশ্যি হিমন্ত বিশ্বই কয়, ‘তিনিটা সংশোধন অসমীয়াৰ বিৰুদ্ধে গৈছে। নগেন শইকীয়া তেতিয়াও আছিল এতিয়াও আছে। নগেন শইকীয়াই ৰাজ্যসভাৰ মজিয়াত কৈছিল অসমখন দ্বিতীয় কাশ্মীৰ হ’ব। তেওঁ কেতিয়াও দ্বিতীয় ত্ৰিপুৰা হ’ব বুলি কোৱা নাছিল। হঠাৎ কাশ্মীৰ শব্দটো পাহৰি ত্ৰিপুৰা শব্দটো আৰম্ভ কৰি দিলে।‘

‘ত্ৰিপুৰাৰ প্ৰশ্ন ক’ত? কেনেকৈ ত্ৰিপুৰা হ’ব? যেনেকৈ বাঘবৰ জনিয়াত ডেৰহাজাৰ ডেৰহাজাৰ হিন্দু আছে তাৰ পাছত এইখন কাশ্মীৰ হ’বলৈ গৈ আছে নে ত্ৰিপুৰা হ’বলৈ গৈ আছে?’ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্ন।

তেওঁ আৰু কয়, ‘নগেন শইকীয়া কেনেকৈ চলে আপোনালোকে জানি আচৰিত হ’ব। ১৯৯০ চনৰ ১৭ এপ্ৰিলত তেওঁ ৰাজ্যসভাত ভাষণ দিছিল যে ‘যদি আইএমডিটি আইন বাতিল কৰা নহয়, কংগ্ৰেছ চৰকাৰে কৰি যোৱা অপকৰ্মবোৰ নাইকিয়া কৰা নহয়, বিদেশী সমস্যা সমাধানৰ বাবে বাংলাদেশ চৰকাৰৰ লগত আলোচনা কৰা নহয়, ওচৰ চুবুৰীয়াৰ বিদেশী শক্তিৰ সহায়ৰে অসম এদিন দ্বিতীয় কাশ্মীৰত পৰিণত হ’ব।’

‘এতিয়া কাশ্মীৰ শব্দৰ ঠাইত তেওঁৰ মুখত ত্ৰিপুৰা আহি গ’ল। নামনি আৰু মধ্য অসমৰ মানুহখিনিয়ে জানো গম নাপাওঁ অসমখন দ্বিতীয় কাশ্মীৰ নে ত্ৰিপুৰা হ’বলৈ গৈ আছে।‘ হিমন্তই লগতে কয়।

নাগৰিকত্ব (সংশোধন) আইনে সকলোৱে আশা পালি থকা সপোন এটা কাৰোবাৰ সন্মুখত আনি দিলে বুলি মন্তব্য কৰি হিমন্তই কয় ‘এই আইনখন কি? এই আইনখন কিমানবাৰ সংশোধন কৰা হৈছিল? এই আইনখনৰ জৰিয়তে নতুন মানুহ অহাৰ সুৰুঙা আছে নেকি? ভাষা কলা সংস্কৃতিলৈ কেনেদৰে সংকট আনিব? এই কথাবোৰৰ বস্তুনিষ্ঠ আলোচনা নকৰিলো।‘ ‘মোৰ দুখ থাকি গ’ল কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰে শৈক্ষিক পীঠস্থানসমূহতো নাগৰিকত্ব আইনৰ ওপৰত বৌদ্ধিক আলোচনা এখনো অনুষ্ঠিত নহ’ল।’ ত‘ওঁ এইদৰে কয়।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী আইনখন ১৯৫৫ চনত আৰম্ভ হৈছিল আৰু এইখন ৬বাৰকৈ সংশোধন হৈছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ মতে এইখন আৰম্ভ হৈছিল ১৯৫৭ চনত আৰু ৯ বাৰকৈ সোশোধন হৈ এবাৰ পাছ হৈছিল।

‘নাগৰিকত্ব আইনখন আহিছিল ১৯৫৭ চনত আৰু সংশোধন হ’ল ১৯৬০ চনত, ১৯৮৫ চনত ১৯৮৬ চনত ১৯৯২ চনত ২০০৩ চনত ২০০৫ চনত, তাৰ পাছত সংশোধনী প্ৰস্তাৱ পাছ হ’ল ২০১৫চনত। এতিয়া ২০১৯ চনত ফাইনেলি পাছ হ’ল। কিমানজনে জানে যে নাগৰিকত্ব আইনখন ৯ বাৰ সংশোধন হৈছে আৰু এবাৰ পাছ হৈছে?’ হিমন্তই কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm
নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

নীপকোৰ পানীত ডুব গ’ল সৰুপথাৰৰ ২৫ খনকৈ গাঁও! হাহাকাৰ বন্যাৰ্তৰ…

September 18, 2025 1:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd