• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৰিস্থিতিক গুৰুত্ব সহকাৰে গ্ৰহণ কৰক কাৰণ আমাৰ হাতত মাত্ৰ ১৫৫ খন আইচিয়ু বিচনাহে আছে : হিমন্ত বিশ্ব শৰ্মা

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 24, 2020 4:19 pm

1 min read

HSB

হিমন্ত বিশ্ব শৰ্মা

11.5k
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভাৰ অন্তিম দিনটোত আজি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ৰ’না ভাইৰাছৰ ৰোধৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰস্তুতি সম্বন্ধীয় প্ৰশ্নৰ উত্তৰ দিয়ে।

বিধানসভাৰ মজিয়াত ক’ৰ’না ভাইৰাছ যিহেতু সকলোৰে বাবে এক আকস্মিক দুৰ্যোগ সেয়েহে ইয়াৰ বাবে সকলোৱে একগোট হৈ প্ৰতিৰোধ গঢ়িব লাগিব বুলিও মন্ত্ৰী শৰ্মাই কয়।

আনহাতে, বৰ্তমানলৈ অসমত এগৰাকীও ক’ৰ’নাত আক্ৰান্ত হোৱা ব্যক্তি ধৰা পৰা নাই বুলি উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে এই মাৰাত্মক ভাইৰাছ বিধ যাতে অসমত বিস্তাৰিত হ’ব নোৱাৰে তাৰবাবে সকলোৱে সজাগ হোৱা দৰকাৰ বুলি কয়।

‘‘পৰিস্থিতিৰ ভয়াবহতাৰ বিষয়ে বুজিবলৈ চেষ্টা কৰক আমাৰ ইয়াত যদি কিবা কাৰণত সংক্ৰমণ বৃদ্ধি পাই আমি মাত্ৰ ১৫৫ গৰাকী বৃদ্ধ ব্যক্তিকহে চিকিৎসা প্ৰদান কৰিব পাৰিম কাৰণ আমাৰ হাতত এতিয়ালৈ মাত্ৰ ১৫৫ খন আই চি য়ু বিচনা আছে,’’ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত কয়।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ভবিষ্যতে অসমত আৰু অধিক আইচিয়ুৰ ব্যৱস্থা কৰিব পৰা যাব বুলি উল্লেখ কৰি অসমৰ সকলো জনসাধাৰণক এই কেইটা দিনত ঘৰৰ ভিতৰত আবদ্ধ হৈ থকাৰ বাবে অনুৰোধ কৰে।

Recent News

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

PM Modi

কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দেশত আনুষ্ঠানিক ভাবে আৰম্ভ কৰিব কোভিডৰ টিকাকৰণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd