• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উন্নয়নৰ স্বাৰ্থত বিজেপি প্ৰাৰ্থী হৰেন সিং বে’ক ভোট দিবলৈ আহ্বান মন্ত্ৰী হিমন্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 15, 2019 5:07 pm
Himanta Biswa

ডিফুৰ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলং জিলাৰ ডিফুত আজি পুৱাৰ ভাগত নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপি নেতা তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে স্বায়ত্ত শাসিত জিলা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হৰেন সিং বে’ৰ হৈ প্ৰচাৰত অংশ লৈ কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰা দেখা যায়।

পাহাৰীয়া চহৰখনত আয়োজিত সভাখনত হাজাৰ হাজাৰ বিজেপিৰ সমৰ্থকৰ সন্মুখত মন্ত্ৰী শৰ্মাই হৰেন সিং বে’ এগৰাকী গতিশীল তথা শক্তিশালী প্ৰাৰ্থী বুলি মন্তব্য কৰে। লগতে অঞ্চলটোৰ উন্নয়নৰ স্বাৰ্থত বিজেপি প্ৰাৰ্থীগৰাকীক ভোট দিয়াৰ বাবে সকলোকে আহ্বান জনায়।

Apply Now

ভাষণ প্ৰসংগত তেওঁ অহা ৬ মাহৰ ভিতৰত ডিফু মেডিকেল কলেজ মুকলি কৰা হ’ব বুলি কয়। তদুপৰি সুলভ মূল্যৰ দোকানৰ জৰিয়তে ১৫ টকাতে ১ কেজি চেনি, কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত আন্দোলনত চহিদ হোৱা প্ৰতিটো পৰিয়ালকে ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি উল্লেখ কৰে।

আনহাতে এইবাৰৰ লোকসভা নিৰ্বাচনত ৰাজ্যখনত বিজেপি মিত্ৰজোঁটে ১২ খন আসন পাব বুলি দাবী কৰে মন্ত্ৰী শৰ্মাই।

স্বায়ত্ত শাসিত জিলা সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে প্ৰত্যাহ্বান হিচাপে ঠিয় দিব কংগ্ৰেছ বিৰেণ সিং ইংতি। যোৱা ২০০৪ চনৰ পৰাই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আছে ইংতিয়ে।

উল্লেখ্য যে য়ুনাইটেড পিপলছ ডেম’ক্ৰেটিক চ’লিডেটেৰী (য়ু পি ডি এছ) সংগঠনৰ প্ৰাক্তন বিদ্ৰোহী নেতা হৰেন সিং বে’ বৰ্তমান কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য।

স্বায়ত্ত শাসিত জিলা সমষ্টিত, যোৱা ১১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অৰ্থাৎ ১৮ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। সমষ্টিটোত মুঠ ৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

PicsArt_

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুই লগাৰ পাছত প্ৰাক্তন ন্যায়াধীশৰ ঘৰত ওলাইছিল বৃহৎ পৰিমাণৰ ধন! তদন্তৰ দাবী নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

জুই লগাৰ পাছত প্ৰাক্তন ন্যায়াধীশৰ ঘৰত ওলাইছিল বৃহৎ পৰিমাণৰ ধন! তদন্তৰ দাবী নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

September 21, 2026 8:02 pm
মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

September 21, 2026 6:40 pm
৬০ কেজিতকৈ অধিক গাঞ্জা লৈ অসম পৰা বিহাৰলৈ দুই কিশোৰ!

৬০ কেজিতকৈ অধিক গাঞ্জা লৈ অসম পৰা বিহাৰলৈ দুই কিশোৰ!

September 21, 2026 6:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুই লগাৰ পাছত প্ৰাক্তন ন্যায়াধীশৰ ঘৰত ওলাইছিল বৃহৎ পৰিমাণৰ ধন! তদন্তৰ দাবী নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

জুই লগাৰ পাছত প্ৰাক্তন ন্যায়াধীশৰ ঘৰত ওলাইছিল বৃহৎ পৰিমাণৰ ধন! তদন্তৰ দাবী নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

September 21, 2026 8:02 pm
মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd