DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনিচুকীয়াত মোদীৰ জন্মদিনৰ কেক কাটিবলৈ অস্বীকাৰ কৰিলে হিমন্ত বিশ্বই

অনুপ শৰ্মা by অনুপ শৰ্মা
September 17, 2019 9:04 pm
Himanta Bishwa Sarma

তিনিচুকীয়াত ৰেইলৱেইৰ অভাৰব্ৰিজৰ আধাৰশিলা স্থাপন কৰি থকা অৱস্থাত সোণোৱাল আৰু হিমন্ত। ফটোৰ উৎস : ফেইচবুক।

17.6k
VIEWS
Share on FacebookShare on Twitter

মন্ত্ৰী মোদীৰ ৬৯ সংখ্যক জন্মদিনটো বিজেপিয়ে গোটেই দেশজুৰি বিভিন্ন কাৰ্য্যসূচীৰ মাজেৰে উদযাপন কৰাৰ সময়তে মন্ত্ৰী হিমন্তই তিনিচুকীয়া জিলাত এই উপলক্ষে প্ৰস্তুত কৰা কেক কাটিবলৈ অস্বীকাৰ কৰে।

তিনিচুকীয়াৰ গোলাব চন্দ্ৰ নাট্য মন্দিৰত অনুষ্ঠিত এখন সভাৰ মাজতে মোদীৰ জন্মদিন পালন কৰাৰ বাবে দলীয় কৰ্মীসকলে মঞ্চলৈ এটা কেক লৈ আহে।

কিন্তু মন্ত্ৰী হিমন্ত বিশ্বই কেকটো কাটিবলৈ অমান্তি হয় আৰু মুখ্য মন্ত্ৰীকো সেইটো নকৰিবলৈ অনুৰোধ কৰে।

কেকটোত মোদীৰ ফটো অংকন কৰি থোৱা বাবেই মন্ত্ৰীজনে সেইটো কৰে বুলি জানিবলৈ দিয়ে।

“আমি নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে এটা কেক কটাৰ কথা ভাবিছিলো। কি্ন্তু কেকটো যিজনে বনাইছিল, তেওঁ নিজৰ ভালপোৱা থকা বাবেই মোদীৰ ছবি ইয়াত অংকন কৰি দিলে”, হিমন্তই পিছত কয়।

তেওঁ তাৰ পিছত কয়, “আমি কেকটো কাটিব নোৱাৰো, কাৰণ আমাৰ নেতাজনৰ ছবিখন কাটিব নোৱাৰো।”

তেওঁ নিজে কেকটো কটাৰ পৰা বিৰত থকাৰ লগতে একেটা কাৰণতে মুখ্য মন্ত্ৰীকো তেনে নকৰিবলৈ অনুৰোধ কৰে।

প্ৰধান মন্ত্ৰীয়ে ইতিপূৰ্বে কেক কটাতকৈ তেওঁৰ জন্মদিন উদযাপন হিচাপে জনগণৰ সেৱা আগ বঢ়োৱাত গুৰুত্ব দিবলৈ আহ্বান জনোৱা বুলি জানিবলৈ দিয়ে মন্ত্ৰী হিমন্তই।

মুখ্য মন্ত্ৰীৰ সৈতে আজি হিমন্ত বিশ্বই এখন ৰেইলৱেই অ’ভাৰ ব্ৰিজৰ আধাৰশিলা স্থাপন কৰিবৰ বাবে তিনিচুকীয়াত উপস্থিত আছিল। হিমন্তই অ’ভাৰ ব্ৰিজখনক মোদীলৈ জন্মদিনৰ উপহাৰ আখ্যা দিয়ে।

 

Recent News

khanapara teer result

Khanapara Teer Result : খানাপাৰা তীৰৰ আজিৰ ফলাফল 01 July, 2022 : Khanapara Teer Target, Khanapara Teer Common Number

A for Assam কোৱা প্ৰধানমন্ত্ৰী নাহিল! আনুষ্ঠানিকতা ৰক্ষা কৰি বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে আহিল কেন্দ্ৰৰ দল

A for Assam কোৱা প্ৰধানমন্ত্ৰী নাহিল! আনুষ্ঠানিকতা ৰক্ষা কৰি বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে আহিল কেন্দ্ৰৰ দল

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বিষ্ণু দৌলৰ পৰা শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বিষ্ণু দৌলৰ পৰা শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা

ৰাজ্য চৰকাৰৰ যদি ধন আছেই কেন্দ্ৰক হেজাৰ হেজাৰ কোটি টকা বিচাৰে কিয়?-অজিত কুমাৰ ভূঞা

ৰাজ্য চৰকাৰৰ যদি ধন আছেই কেন্দ্ৰক হেজাৰ হেজাৰ কোটি টকা বিচাৰে কিয়?-অজিত কুমাৰ ভূঞা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd