• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যিক বিজেপিৰ সভাপতি পদৰ বাবেও বিবেচনাত নাই হিমন্ত বিশ্বৰ নাম; চৰ্চাত এজন মন্ত্ৰীৰ নাম

যুৱ প্ৰজন্মৰ পৰাহে সভাপতিজন নিৰ্বাচন কৰাৰ সম্ভাৱনা অধিক, ক'লে বিজেপিৰ দলীয় সূত্ৰই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 2, 2019 5:03 pm
himanta-biswa-sarma-bjp_650x400_41518907236

ড০ হিমন্ত বিশ্ব শৰ্মা। ফটো : এন ডি টিভিৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত লোকসভা নিৰ্বাচনত টিকটৰ পৰা শেষ মুহূৰ্তত বঞ্চিত, তাৰ পিছত ৰাজ্যসভাৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত আৰু শেষত মোদীৰ দ্বিতীয়খন মন্ত্ৰীসভাৰো বাহিৰত ৰৈ যোৱা “অতি সক্ৰিয়” মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নাই অলপতে নতুনকৈ হ’ব লগীয়া ৰাজ্যিক বিজেপিৰ সভাপিত পদৰ দৌৰতো।

ৰাজ্যিক বিজেপিৰ এটা সূত্ৰই জনোৱা মতে অহা মাহত দলৰ সভাপতি সলনি হোৱাটো নিশ্চিত আৰু তাৰ বাবে কেইবাজনৰো নাম চৰ্চাত আছে। কিন্তু তাৰ মাজত নাই হিমন্তৰ নাম।

Apply Now

সূত্ৰটোৰ মতে, এইবাৰ যুৱ প্ৰজন্মৰ পৰাহে সভাপতিজন নিৰ্বাচন কৰাৰ সম্ভাৱনা অধিক।

সৰ্বাধিক গুৰুত্বসহ চৰ্চাত আছে সোণোৱাল কেবিনেটৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতাৰ নাম, নিৰ্ভৰযোগ্য সূত্ৰটোৰ দাবী।

ৰাজ্যসভাৰ কাৰণেও প্ৰাৰ্থিত্ব বিচাৰি বিমুখ হোৱা বিজেপিৰ উপ-সভাপতি প্ৰদীপ ঠাকুৰীয়ায়ো সভাপতি পদটোৰ বাবে ইতিমধ্যে আৱেদন জনাইছে যদিও তেওঁৰ সম্ভাৱনা তেনেই খীণ বুলি জনালে সূত্ৰটোৱে।

আনহাতে, সূত্ৰটোৱে লগতে বৰ্তমানৰ সভাপতি ৰঞ্জিত দাসে সোণোৱাল মন্ত্ৰী সভাত স্থান পূৰোৱাৰ সম্ভাৱনা ব্যক্ত কৰে। শক্তি মন্ত্ৰী তপন গগৈ আৰু শ্ৰম মন্ত্ৰী পল্লৱলোচন দাস সাংসদ হিচাপে নিৰ্বাচিত হোৱাত সোণোৱাল মন্ত্ৰীসভাত নতুন মুখ অন্তৰ্ভুক্তিৰ বাট মুকলি হৈ আছে।

উল্লেখ কৰিব পাৰি যে মন্ত্ৰী হিমন্তই লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব পাব বুলি শেষ মুহূৰ্তলৈকে চৰ্চা হৈ আছিল, যিটো পিছত হৈ নুঠিল। তাৰ পিছত যোৱা ৩০ মে’ত মোদীৰ দ্বিতীয়খন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ দিনটোলৈকে হিমন্ত কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ’ব বুলি ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চা হৈছিল যদিও সেয়াও হৈ নুঠিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd