DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিমা বাহিনী হীটছতে “স্তব্ধ” হ’ল জাপানৰ বিশ্ব ৰিলে’ প্ৰতিযোগিতাত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 11, 2019 8:18 pm
Yokohama
2.1k
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা জাপানৰ য়োকোহামাত অনুষ্ঠিত বিশ্ব ৰিলে’ দৌৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা হিমাৰ দলটোৱে হীটছৰ পৰাই বিদায় লৈছে।

ভাৰতীয় মহিলা দলটো পঞ্চম স্থানত ৰয়, য’ত প্ৰথমৰ দুটা দলকহে পৰৱৰ্তী ৰাউণ্ডৰ বাবে ৰখা হয়।

একেই দশা হয় হীটছত ষষ্ঠ তথা অন্তিম স্থানত ৰোৱা পুৰুষৰ দলটোৰো।

হীটছৰ পৰাই বিদায় লোৱা মহিলাৰ দলটোৱে অৱশ্যে এই বছৰৰ শ্ৰেষ্ঠ সময় (৩:৩১:৯৩) প্ৰদৰ্শন কৰে। চাৰিজনীয়া দলটোত অসমৰ হিমা দাসৰ সতীৰ্থ আছিল সৰিতা গাইকোৱাড়, পুভম্মা ৰাজু আৰু ভি কে বিছমায়া।

বিছমায়াই ৫২:৩৩, হিমাই ৫২:৬০, সৰিতা গাইকোৱাড়ে ৫৩:৪০ আৰু পুভম্মা ৰাজুৱে ৫৩:৬০ ছেকেণ্ডকৈ সময় লয়।

উল্লেখযোগ্য যে আজি পুৱাৰ ভাগত হিমাই প্ৰতিযোগিতাখনত তেওঁৰ অংশগ্ৰহণ নিশ্চিত কৰি টুইটাৰত এটা ভিডিঅ’ পোষ্টত কৈছিল।

“মই বিশ্ব ৰিলে’ৰ বাবে সাজু, …গতিকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক… সকলোলৈ মৰমেৰে… ”, ভিডিঅ’ত এই আত্মবিশ্বাস প্ৰকাশ কৰিছিল “ধিং এক্সপ্ৰে’ছ” হিমাই।

উল্লেখ কৰিব পাৰি যে মাত্ৰ এদিন পূৰ্বে স্পণ্ডিলাইটিছৰ বাবে বিশ্ব ৰিলে’ দৌৰ প্ৰতিযোগিতাখনত “স্বৰ্ণকন্যা” হিমা দাস আঁতৰি থাকিব বুলি বাতৰি ওলাইছিল।

Recent News

Kapil Sibal quit Congress

কংগ্ৰেছৰ পৰা পদত্যাগ জেষ্ঠ নেতা কপিল ছিবালৰ: সমাজবাদী পাৰ্টীৰ সমৰ্থনত ৰাজ্য সভাৰ নিৰ্বাচনত আগবঢ়াব প্ৰতিদ্বন্দিতা

Bengal youth jailed in Nepal

ডলাৰ নোটৰ প্ৰিণ্টআউট লগত নিয়াই হ’ল কাল! নেপালত কাৰাগাৰত দিন কটাইছে পশ্চিম বংগৰ যুৱকে

Andhra Pradesh violence over renaming district

জিলাৰ নতুন নামাকৰণক লৈ অন্ধ্ৰ প্ৰদেশত উত্তপ্ত পৰিস্থিতি: জ্বলাই দিলে মন্ত্ৰীৰ ঘৰ

Postmaster Lost 1 Crore In IPL Bets

আনৰ পিঠাৰে বিহু পাতি বিপদত পোষ্টমাষ্টৰ: পানীত পৰিল ১ কোটি টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd