• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Hind warfare: শীঘ্ৰে অনলাইন ক্ৰীড়াপ্ৰেমীৰ কাষলৈ ভাৰততে প্ৰস্তুত অনলাইন গেম , গুৰুত্ব পাইছে মেঘালয়ৰ দৃশ্যই

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2021 9:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ পাবজীৰ দৰে অনলাইন গেম ভাৰতত নিষিদ্ধ হোৱাৰ পিছতে দেশীয় ভাবেই বহু কেইবিধ অনলাইন গেম প্ৰস্তুত হৈ উঠিছে।

শেহতীয়াকৈ  দেশৰ যুৱ প্ৰজন্মৰ বাবে প্ৰথমবাৰৰ বাবে প্ৰস্তুত  কৰি উলিওৱা হৈছে অনলাইন মাল্টিপ্লেয়াৰ গেম হৈছে Hind warfare।

Apply Now

নতুন দিল্লীস্থ ডিজিটেল প্ৰডাকছন হাউছ টিচিপি ডিজিটেলৰ ভগ্নী সংস্থা মনষ্টাৰ বান্নী ষ্টুডিঅ’ই প্ৰস্তুত কৰা এই ৰোমাঞ্চকৰ অনলাইন মাল্টিপ্লেয়াৰ গেমত ভাৰতীয় কামাণ্ডাৰসকলৰ সাহসিকতা সুন্দৰ ভাবে ফুটি উঠিব।

অনলাইনত এই গেম খেলি সেয়ে যিকোনো লোকেই পাবজী খেলি পোৱা আমেজতকৈও বেছি আমেজ লভিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে। Hind warfare

দেশৰ প্ৰতিটো প্ৰান্ততে বাস কৰা অনলাইন গেম প্ৰিয়সকলৰ সন্তুষ্টিৰ কথা চিন্তা কৰিয়েই Hind warfare গেমত ভাৰতৰ বিভিন্ন স্থানৰ দৃশ্য অন্তভূৰ্ক্ত কৰা হৈছে।

HW_Insta

এক কথাত কবলৈ গ’লে এই গেমত সম্পূৰ্ণ ভাৰতীয় চিত্ৰপটক ফুটাই তোলা হৈছে।

ভাৰতীয় কামাণ্ডাৰে কিদৰে সাহসিকতাৰে শত্ৰু পক্ষৰ মুখামুখি হ’ব পাৰে সেয়া এই গেম খেলাসকলে হাড়ে-হিমজুৱে উপলব্ধি কৰিব পাৰিব।

গেমটোত সকলো দৃশ্যপট নিৰৱচ্ছিন্ন গৱেষণা আৰু পৰ্যবেক্ষণৰ মাজেৰে অন্তৰ্ভূক্ত কৰা হৈছে।এই গেমত অন্তৰ্ভূক্ত স্থানৰ ভিতৰত ৩০০ বছৰ আগতে পৰিত্যক্ত হৈ পৰা ৰাজস্থানৰ ভৌতিক গাঁও হিচাবে পৰিচিত কুলধাৰাক অন্মতৰ্নোভূক্ৰত কৰা হৈছে।

মনোৰম প্ৰাকৃতিক দৃশ্যৰে পৰিপূৰ্ণ তথা গছৰ শিপাৰে প্ৰস্তুত হোৱা মেঘালয়ৰ ‘লিভিং ব্ৰীজ’ আদিৰ দৃশ্যৰ লগতে ১৯২৭ চনতে নিৰ্মাণ কৰা ভাৰতৰ তৃতীয় বৃহৎ বন্দৰ ভিজাগ বন্দৰৰ দৃশ্যপট সন্নিবিষ্ট কৰা হৈছে।

চলিত বৰ্ষৰ ২ আগষ্টত Hind warfare গেমৰ প্ৰথম ট্ৰেইলাৰ মুকলি কৰা হ’ব। ৩ আগষ্টৰ পৰা আগতীয়া পঞ্জীয়ন আৰম্ভ হ’ব।

৩০ আগষ্টত মুকলি কৰা হ’ব Hind warfare গেমৰ বেটা ভাৰ্ছন।১ ছেপ্তেম্বৰত আৰম্ভ হ’ব গেমৰ পৰীক্ষণ পৰ্ব,১ অক্টোৱৰত Hind warfare গেম মুকলি কৰি দিয়া হ’ব অনলাইন গেম প্ৰিয়সকলৰ বাবে।

Hind warfare ত থাকিব ৮ টা চৰিত্ৰ। ইয়াৰে ৭ টা পুৰুষ চৰিত্ৰ আৰু ১ টা মহিলাৰ চৰিত্ৰ।প্ৰতিটো চৰিত্ৰই ভাৰতীয় সেনাৰ বীৰত্বৰে উদ্বুদ্ধ হৈ দক্ষতাৰে যুঁজ কৰিব।

এই গেমৰ আঁৰৰ মূল ব্যক্তি গৰাকী হৈছে ৰাহুল মহিপাল।

২০১২ চনত তেওঁ গিৰীশ জৈনৰ সৈতে লগলাগি আৰম্ভ কৰিছিল দ্য ক্ৰিয়েটিচিটি ষ্টুডিঅ’।২০১৯ চনত টিচিপি ডিজিটেলৰ জৰিয়তে সৃষ্টিৰ পথাৰ খনত বলিষ্ঠ খোজ পেলাইছিল।

অনলাইন গেমক এক নতুন মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্য ২০২০ চনত তেওঁ আৰম্ভ কৰিছিল মনষ্টাৰ বান্নী ষ্টুডিঅ’।

উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়ক গুৰুত্ব দি প্ৰস্তুত কৰা Hind warfare ৰ বিষয়ে অধিক জানিবলৈ এই প্ৰকল্পৰে অংশীদাৰ আত্ৰেয়ী দেউৰী (ফোন:৮৩৭৫০৮২৫৬৭) আৰু নৰোত্তম কৰ (ফোন:৯৫৬০২৮৬৯৮৩) ৰ সৈতে যোগাযোগ কৰিব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd