• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাতৃভাষাক অৱজ্ঞা কৰি হিন্দীক গুৰুত্ব দিয়াৰ আমি বিৰোধিতা কৰো : সাহিত্য সভা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 16, 2019 9:01 am

1 min read

War of words between Asom Sahitya Sabha president and India Post officer in Guwahati's Meghdoot Bhawan

পৰমানন্দ ৰাজবংশীৰ ফাইল ছবি।

4k
VIEWS
Share on FacebookShare on Twitter

বহুভাষিক ভাৰতক “একগোট কৰাৰ বাবে” হিন্দী “ৰাষ্ট্ৰ ভাষা” হোৱা উচিত বুলি গৃহ মন্ত্ৰী অমিত শ্বাহে শনিবাৰে ৰখা বক্তব্যৰ বিৰুদ্ধে দেশজুৰি বিভিন্ন দল-সংগঠন-ব্যক্তিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

অ-হিন্দীপ্ৰধান ৰাজ্য তামিল নাডু, পশ্চিম বংগ আদিত শ্বাহৰ বক্তব্যৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিবাদ হোৱাৰ বিপৰীতে অসমত চ’চিয়েল মিডিয়াত কিছু লোকক প্ৰতিক্ৰিয়া কৰা দেখা গৈছে।

সমান্তৰাল ভাৱে অসম সাহিত্য সভায়ো অমিত শ্বাহৰ বক্তব্যৰ বিৰোধিতা কৰা দেখা গৈছে। সাহিত্য সভাৰ  সভাপতি পৰমানন্দ ৰাজবংশীয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ‘এক দেশ, এক ভাষা প্ৰযোজ্য হ’ব নোৱাৰে। ভাষাগত একত্ৰীকৰণৰ আমি বিৰোধিতা কৰো।’

তাৰোপৰি সভাপতি গৰাকীয়ে কয় যে, ‘মাতৃভাষাক অৱজ্ঞা কৰি হিন্দীক গুৰুত্ব দিয়াৰ আমি বিৰোধিতা কৰো। আমি মাতৃভাষা প্ৰথম হোৱাটো বিচাৰো। তাৰ পিছত হিন্দী, ইংৰাজী ব্যৱহাৰত আপত্তি নাই।‘

Recent News

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd