• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্ৰমিকক শোষণৰ অভিযোগ! আমেৰিকাৰ আৰক্ষীয়ে ঘেৰি ধৰিলে দেশখনত নিৰ্মীয়মাণ এটা হিন্দু মন্দিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2021 5:00 pm
(নিৰ্মীয়মাণ মন্দিৰটো)

(নিৰ্মীয়মাণ মন্দিৰটো)

361
VIEWS
Share on FacebookShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্চিত নিৰ্মীয়মাণ অৱস্থাত থকা এটা হিন্দু মন্দিৰ ঘেৰি ধৰিছে দেশখনৰ ফেডাৰেল আৰক্ষী বাহিনীয়ে।

মন্দিৰটো নিৰ্মাণ কৰিবলৈ অধিক মজুৰিৰ লোভ দেখুৱাই ভাৰতৰ পৰা বহু শ্ৰমিকক লৈ যোৱা হৈছিল।

কিন্তু আমেৰিকালৈ নি ঘণ্টাৰ পাছত ঘণ্টা অতি কম মজুৰিৰে তেওঁলোকক হাড়ভঙা পৰিশ্ৰম কৰিবলৈ বাধ্য কৰোৱা হ’ল।

অভিযোগ অনুসৰি, শ্ৰমিকসকলৰ ওপৰত চলোৱা এই শোষণৰ আঁৰত আছে ভাৰতৰ শাসকীয় দল বিজেপিৰ শীৰ্ষ নেতৃত্বৰ এক ঘনিষ্ঠ সংগঠন ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন সংবাদপত্ৰত প্ৰকাশিত বাতৰি অনুযায়ী, শ্ৰমিকসকলে বিষয়টো লৈ আদালতৰ দ্বাৰস্থ হয়।

তাৰপাছতে আদালতৰ নিৰ্দেশমৰ্মে মঙলাবে আৰক্ষীয়ে মন্দিৰটো ঘেৰি ধৰে।

আদালতত শ্ৰমিকসকলৰ হৈ স্বাতী স্বাৱন্ত আইনজীৱিগৰাকীয়ে জানিবলৈ দিয়ে যে হিন্দু সংগঠন ‘বোকাচানৱাসি অক্ষৰ পুৰুষোত্তম স্বামীনাৰায়ণ সংস্থা’ (Bochasanwasi Akshar Purushottam Swaminarayan Sanstha, বিএপিএস) এই শোষণৰ স’তে জড়িত।

বিজেপিৰ শীৰ্ষ নেতৃত্বৰ অত্যন্ত ঘনিষ্ঠ এই সংগঠনটোৱে নিউজাৰ্চিসহ বিশ্বৰ বিভিন্ন চহৰত হিন্দু মন্দিৰ নিৰ্মাণ কৰি আহিছে।

মন্দিৰসমূহ নিৰ্মাণ কৰিবলৈ ভাৰতৰ পৰা কম মজুৰিতে শ্ৰমিকসকলক নি তেওঁলোকে খটুৱাই আছে।

শ্ৰমিকসকলৰ নিৰাপত্তাতো বাদেই, মন্দিৰৰ কাষৰ এটা স্থানতে বহু দিন ধৰি তেওঁলোকক থাকিবলৈ দিয়া হৈছে।

দিনে ঘণ্টাৰ প্ৰতি মাত্ৰ ১ ডলাৰ (ভাৰতীয় হিচাপত ৭৩ টকা) মজুৰি দিয়েই ঘণ্টাৰ পাছত ঘণ্টা শ্ৰমিকসকলক হাড়ভঙা পৰিশ্ৰম কৰিবলৈ বাধ্য কৰাইছে সংগঠনটোৱে।

অভিযোগ শোনাৰ পাছতে নিউ জাৰ্চিৰ এখন আদালতে মঙলবাৰে মন্দিৰৰ কাষত আৰক্ষী মোতায়েন কৰি অভিযোগকাৰী শ্ৰমিকসকলৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ দিয়ে।

আদালতে কয় যে এই কাৰ্যৰ দ্বাৰা সংগঠনটোৱে দেশখনৰ শ্ৰম আৰু প্ৰব্ৰজন আইন ভংগ কৰিছে।

উল্লেখযোগ্য যে ভাৰতৰ পৰা প্ৰব্ৰজন কৰি নিয়া শ্ৰমিকসকল দলিত, বহুজন আৰু আদিবাসী সম্প্ৰদায়ৰ বুলি জানিব পৰা গৈছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd