DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিন্দু-মুছলমানৰ মাজত নাই কোনো ভিন্নতা,সকলো একে— আৰআৰএছ প্ৰধান মোহন ভাগৱতৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

 এন ই নাও নিউজ by এন ই নাও নিউজ
July 4, 2021 11:03 pm
mohan-bhagwat-lead-750x375
381
VIEWS
Share on FacebookShare on Twitter

হিন্দু-মুছলমানৰ মাজত কোনো বিভেদ অথবা ভিন্ন নাই। সেয়ে হিন্দ-মুছলমানৰ মাজত সম্প্ৰীতিৰ যি কথা কোৱা হৈ আহিছে সেয়া অৰ্থহীন।

এই মন্তব্য উগ্ৰ হিন্দুত্ববাদী নেতা হিচাবে পৰিচিত আৰআৰএছৰ নেতা মোহন ভাগৱতৰ ।

আজি আৰআৰএছৰ মুছলমান লোকৰ শাখা মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ এখন সভাত ভাষণ দি ভাগৱতে এনেদৰে কয়। তেওঁ কয় যে হিন্দু-মুছলমান উভয়ে একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। এইক্ষেত্ৰত বিভেদৰ কোনো কথাই নাহে।

ভাগৱতে কয় যে ধৰ্ম যিয়েই নহওঁক, সকলো ভাৰতীয় লোকৰ ডিএনএ একেই।হিন্দু-মুছলমানৰ মাজৰ সংঘাত পাৰস্পৰিক আলাপ-আলোচনাৰ মাজেৰে দূৰ কৰাটো সম্ভৱ বুলিও তেওঁ কয়।

ভাৰতবৰ্ষত ইছলাম সংকটৰ গৰাহত পৰা বুলি শংকিত নহ’বলৈও তেওঁ মুছলমান লোকসকলক আহ্বান জনায়।

তেওঁ কয়’ আমি গণতান্ত্ৰিক দেশ এখনত বাস কৰিছো।

ইয়াত হিন্দু অথবা মুছলমান কোনেও প্ৰভূত্ব বিস্তাৰ কৰিব নোৱাৰে’।ৰাজনীতিয়ে মানুহক একতাৰ দোলেৰে বান্ধিব নোৱাৰে বুলিও ভাগৱতে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

ৰাজনীতি একতাৰ অস্ত্ৰ নহয়, ধ্বংসৰহে অস্ত্ৰ বুলিও ভাগৱতে কয়।

Recent News

১২ বছৰীয়া পুৰণি গোচৰত ছমাহৰ কাৰাদণ্ড কংগ্ৰেছী বিধায়কক

১২ বছৰীয়া পুৰণি গোচৰত ছমাহৰ কাৰাদণ্ড কংগ্ৰেছী বিধায়কক

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd