• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ বেপাৰী হিচাপে পৰিচয় দিব খোজা মোদীয়ে পিন্ধে লাখটকীয়া পোচাক : ৰাজীৱ কাকতি

বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ মুঠ ৭ টা সমষ্টিত এতিয়ালৈ প্ৰাৰ্থিত্ব দিলে 'হিন্দুস্থান নিৰ্মাণ দলে'

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 24, 2019 10:23 pm
HIndusthan Nirman Dal

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ ‘পৰিৱৰ্তন’ৰ পৰা পৰিত্ৰাণ বিচাৰি আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে হিন্দুস্থান নিৰ্মাণ দল। বিজেপিৰ বিৰুদ্ধে বিশ্ব হিন্দু পৰিষদৰ পৰা ফালৰি কাটি আহি গঠন কৰা আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ ভোট ভাঙিবলৈ ‘হিন্দুস্থান নিৰ্মাণ দল’ নামেৰে এক নতুন ৰাজনৈতিক দলৰ জন্ম দিছে।

ভাৰতৰ অন্য প্ৰান্তৰ লগতে অসমতো ৰাজনৈতিক দলটোৱে বিজেপিৰ বিৰুদ্ধে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান। এই অভিযানত তেওঁলোকৰ শ্ল’গান হ’ব ‘বিজেপিৰ পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ’। দেওবাৰে গুৱাহাটীৰ শ্ৰীমন্তপুৰস্থিত ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে দলৰ ৰাজ্যিক সভাপতি ৰাজীৱ কাকতিয়ে।

Apply Now

উল্লেখযোগ্য যে, যোৱা ১৯ মাৰ্চৰ দিনা দলটোৱে ৰাজ্যৰ তিনিটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পাছত আজি তেওঁলোকে অন্য চাৰিটা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। তালিকা অনুসৰি কৰিমগঞ্জৰ পৰা নিখিল চন্দ্ৰ দাস, ধুবৰীৰ পৰা অলকেশ ৰয়, মঙলদৈত মণিৰাম বসুমতাৰী আৰু কলিয়াবৰৰ পৰা দিগন্ত কুমাৰ শইকীয়াই।

সংবাদমেলত তালিকাখন প্ৰকাশ কৰিয়েই দলৰ সভাপতি কাকতি সৰব হৈ পৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে।

তেওঁ কয় ‘বিজেপিৰ পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ বিচাৰি নিৰ্বাচনী যুদ্ধ হ’ব। সৰুতে চাহ বেপাৰী হিচাপে পৰিচয় দিব খোজা মোদীয়ে এতিয়া পিন্ধে লাখটকীয়া পোচাক। প্ৰত্যেকখন সভাতে সলনি হয় তেওঁৰ পোচাক।‘

ইপিনে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি বিজেপিৰ সকলো নেতা-কৰ্মীয়ে নামৰ আগত ‘চকীদাৰ’ ব্যৱহাৰ কৰাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰে সভাপতিজন।

‘চাহ বেপাৰীৰ পৰা এতিয়া উন্নত হৈ তেওঁ চকীদাৰ হ’ল। নিজক চকীদাৰ বুলি কলেও মানুহে তেওঁক বিশ্বাসত নলয়।‘ এইদৰে কয় কাকতিয়ে।

ইয়াৰ উপৰি, হিন্দুস্থান নিৰ্মাণ দলৰ এজন কৰ্মকতা ভাৰতীয় জনতা পাৰ্টীৰ হাজাৰ জন কৰ্মকৰ্তাৰ সমান বুলি দাবী কৰে কাকতিয়ে।

তেওঁ আৰু কয় ‘আমাৰ দলৰ সদস্যই বিজেপিৰ নেতাৰ দৰে ছিণ্ডিকেট ৰাজ কৰিব নাযায়।‘

আনহাতে এইবাৰৰ নিৰ্বাচনত গেৰুৱা দলটোৱে অসমত এখন বা দুখন আসনতে সন্তুষ্ট থাকিব লাগিব বুলি উল্লেখ কৰে। তেওঁ লগতে ‘চকীদাৰৰ শ্ল’গানত অসন্তুষ্ট হৈ ভাৰতৰ জনগণে দেশৰ পৰা বিজেপিক নিঃশেষ কৰিব’ বুলিও তাৎপৰ্যমূলক মন্তব্য কৰে ৰাজীৱ কাকতিয়ে।

ইপিনে, বাকী থকা ৭ টা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম অহা ২৬ মাৰ্চৰ দিনা ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বে দলটোৱে প্ৰকাশ কৰা তালিকা অনুসৰি গুৱাহাটী লোকসভা সমষ্টিৰ পৰা দলৰ ৰাজ্যিক সভাপতি ৰাজীৱ  কাকতীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব লগতে  বৰপেটাৰ পৰা ভাস্কৰ কলিতা আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব অপূৰ্ব শইকীয়াই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd