• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰ সমাজৰ আন্দোলনে জাতিত জাগৰণ আনিব

অধ্যয়নৰ যাতে ক্ষতি নহয় তাৰ প্ৰতিও ছাত্ৰ-ছাত্ৰীয়ে মন কৰিব লাগিব: হীৰেন গোহাঁই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 6, 2019 5:13 pm
Hiren Gohain at anti-CAB protest organised by Cotton University Students' Society

ৰণহুংকাৰত হীৰেন গোহাঁই, গুৱাহাটীত শুকুৰবাৰে। ছবি-- নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছাত্ৰৰ আন্দোলনে জাতিত জাগৰণ আনিব, কটন বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ নাগৰিকত্ব বিধেয়ক বিৰোধী “ৰণহুংকাৰ” বোলা প্ৰতিবাদত বুদ্ধিজীৱী হীৰেন গোহাঁয়ে শুকুৰবাৰে কয়।

বিধেয়কখনৰ বিৰুদ্ধে দীৰ্ঘদিনধৰি মাত মাতি অহা বয়সীয়াল বুদ্ধিজীৱীজনে কয় যে ছাত্ৰ সমাজ আগবাঢ়ি অহাটোৱে আন্দোলনটোৰ শক্তি বৃদ্ধি কৰিছে।

Apply Now

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব অধ্যাপক গোহাঁয়ে একে সময়তে ছাত্ৰসকলক আন্দোলনৰ আলমত অধ্যয়নত হেলা নকৰিবলৈ আহ্বান জনায়।

“অধ্যয়নত যাতে ক্ষতি নহয় তাৰ প্ৰতিও ছাত্ৰ-ছাত্ৰীয়ে মন কৰিব লাগিব।”

ছাত্ৰ সমাজক শৃংখলাবদ্ধভাৱে আন্দোলনত আগবাঢ়িবলৈ আহ্বান জনাই গোহাঁয়ে অসম আন্দোলনত শিক্ষাৰ্থীসকলে শিক্ষাবৰ্ষ হেৰুওৱাৰ কথা সোঁৱৰাই দিয়ে।

“অসম আন্দোলনৰ কথাসমূহ লক্ষ্য ৰাখি শৃংখলা ৰক্ষাৰে সকলো ছাত্ৰ-ছাত্ৰী আন্দোলনত আগবাঢ়িব লাগে। বহু ছাত্ৰই ৰাজপথত আন্দোলন কৰি শিক্ষাবৰ্ষ হেৰুৱাইছিল,” গোহাঁয়ে কয়।

আন্দোলনটোৰ “স্বেচ্ছাচাৰী চৰকাৰ”ৰ বিৰুদ্ধেহে বুলি উল্লেখ কৰি বুদ্ধিজীৱীজনে ছাত্ৰ সমাজক কয় যে এই সংগ্ৰাম কোনো জাতি বা ধৰ্মৰ বিৰুদ্ধে নহয়, আৰু সেই কথা মনত ৰখা ভাল।

“অসম, উত্তৰ-পূৰ্বাঞ্চলত ইমান আন্দোলনৰ পিছতো চৰকাৰৰ চকু মেল খোৱা নাই। তাতে অনুমান কৰিব পাৰি বিজেপি দলটো কিমান স্বেচ্ছাচাৰী,” তেওঁ কয়।

“বিজেপি চৰকাৰে আন্দোলন অথবা যুক্তি একো বুজি নাপায়।”

তেওঁ কয় যে বিজেপিৰ লক্ষ্য হিন্দু-মুছলমানৰ মাজত “বিভেদ সৃষ্টি” আৰু তেওঁলোকে অসমৰ বিভিন্ন জনগোষ্ঠীৰ আৱেগ-অনুভূতিক, স্বাভিমান, অস্তিত্ব, সংকট কোনো কথা বুজি নাপায়।

“ৰণহুংকাৰ”ত অসমৰ কেইবাখনো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ নেতাৰ লগতে দল-সংগঠন, বুদ্ধিজীৱী তথা বহু শিল্পীয়ে অংশগ্ৰহণ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm
যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm
যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd