• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কামৰূপৰ ঐতিহাসিক বালিসত্ৰ সভা মহোৎসৱত লক্ষাধিক ভক্তই প্ৰজ্বলন কৰিলে আৰিয়া

মৃদুল প্ৰীতম ডেকা, কামৰূপ by মৃদুল প্ৰীতম ডেকা, কামৰূপ
February 12, 2022 1:31 pm
Kamrup Sabha Mahatsav

ফটো: নৰ্থইষ্ট নাও।

195
VIEWS
Share on FacebookShare on Twitter

কামৰূপৰ বালিসত্ৰত ঐতিহাসিক সৱাহ মহোৎসৱক লৈ উখল মাখল পৰিবেশ। ৬০০ বছৰীয়া ঐতিহাসিক পৰম্পৰাৰে আজি আৰিয়া প্ৰজ্বলন কৰে ভক্তই।

প্ৰতি বছৰে মাঘ মাহৰ শুক্লা ভৈমি তিথিত পালন কৰা হয় সবাহ মহোৎসৱ। সন্ধিয়া সৎসঙ্গী সত্ৰৰ পৰা শ্ৰীশ্ৰী বংশী গোপালৰ মূৰ্তি বিগ্ৰহলৈ পৰম্পৰাগত শোভাযাত্ৰা কৰি লৈ যোৱা হ’ল সৱাহস্থলীলৈ।

শোভাযাত্ৰা শুভাৰম্ভ কৰি আগবঢ়াই লৈ যায় বিশিষ্ট চিকিৎসক তথা বিজেপিৰ মেডিকেল চেলৰ সহ আহ্বায়ক ডাঃ বেদব্ৰত পাঠকে। শোভাযাত্ৰাত অনন্য পৰিবেশ। আধ্যাত্মিকতাৰ ৰসত যেন বুৰ গ’ল সকলো।

লগতে পঢ়ক: নিজেই অন্তৰ্ভুক্ত কৰা পাঠ্যক্ৰম আঁতৰালে ৰাজ্য চৰকাৰে; নিম্ন প্ৰাথমিকত অন্তৰ্ভুক্ত চাৰিটা নতুন জনজাতীয় ভাষা

সবাহ মহোৎসৱত উপস্থিত হৈ অভিভূত হৈ পৰিল ডাঃ বেদব্ৰত পাঠক। ডাঃ পাঠক উপস্থিত হোৱাৰ পাছতে তেওঁক উষ্ম আদৰণি জনোৱা হয় সবাহ মহোৎসৱলৈ।

এই সৱাহ মহোৎসৱত সৰিয়হ, সূতা, মহুৰা আৰু আৰু মিঠাতেলেৰে প্ৰস্তুত কৰা আৰিয়া প্ৰজ্বলন কৰা হয়।

Kamrup Sabha Mahatsav.png 1
ফটো: নৰ্থইষ্ট নাও।

সন্ধিয়াৰ পৰা ওৰে নিশা লক্ষাধিক ভক্তই আৰিয়াত তেল দি উজাগৰী নিশা কটাই ভক্তই আৰাধনা কৰে বংশী গোপালক। নিশাও আৰিয়াৰ পোহৰে উজলাই ৰাখে সবাহ মহোৎসৱৰ চৌদিশ। লক্ষাধিক ভক্তই এইদৰে আৰিয়া প্ৰজ্বলন কৰে।

লোক বিশ্বাস অনুসৰি এই আৰিয়া প্ৰজ্বলন কৰিলে ভক্তৰ মনোবাঞ্ছা পূৰণ হয় যাৰ বাৱে বছৰ বছৰ ধৰি প্ৰজন্মৰ পাছত প্ৰজন্মই এই ঐতিহাসিক সৱাহ মহোৎসৱত আৰিয়া প্ৰজ্বলন কৰাৰ পৰম্পৰা চলি আহিছে।

লগতে পঢ়ক:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ বিনিতা পাঠকলৈ চাৰ্ব-মহিলা উৎকৰ্ষ বঁটা

এইবেলিও ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বালিসত্ৰত অনুষ্ঠিত হৈছে ঐতিহাসিক সৱাহ মহোৎসৱ। এতিয়া লাখ লাখ ভক্তৰ উপস্থিতিৰে উদুলি মুদুলি বালিসত্ৰৰ সবাহস্থলী।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd