• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লক্ষ্ণৌৰ কাৰাগাৰত এইচ আই ভি আক্ৰান্ত ৬৩জন কয়দী! কাৰাগাৰৰ স্বাস্থ্য ব্যৱস্থাক লৈ উঠিছে প্ৰশ্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2024 8:55 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লক্ষ্ণৌ জিলা কাৰাগাৰত বন্দীসকলৰ মাজত এইচ আই ভি সংক্ৰমণ বৃদ্ধি পাইছে! নতুনকৈ কমেও ৩৬ জন লোকৰ দেহত পোৱা গৈছে এই ভাইৰাছ। যিটো এতিয়া প্ৰশাসনৰ বাবে মূৰৰ বিষৰ কাৰণ হৈ পৰিছে। কাৰাগাৰৰ স্বাস্থ্য ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন হৈছে। তাত প্ৰকৃততে কি ঘটিছে জানিবলৈ তদন্ত আৰম্ভ হৈছে।

জানিব পৰা মতে, লক্ষ্ণৌ জিলা কাৰাগাৰত এইচ আই ভি আক্ৰান্তৰ মুঠ সংখ্যা ৬৩ জন। কাৰাগাৰ কৰ্তৃপক্ষৰ মতে, এইচ আই ভি টেষ্ট কিটৰ অভাৱৰ বাবে বিগত বৰ্ষৰ ছেপ্টেম্বৰৰ পৰা কাৰাবন্দীসকলৰ ভাইৰাছ সংক্ৰমণৰ পৰীক্ষা বন্ধ কৰি দিয়া হৈছিল।

অৱশেষত যোৱা বছৰৰ ডিচেম্বৰ মাহত কাৰাবন্দীসকলৰ শাৰীৰিক পৰীক্ষা কৰা হয়। য’ত ৩৬ জন কয়দী নতুনকৈ আক্ৰান্ত পোৱা গৈছিল। এই ৰোগত আক্ৰান্তসকলৰ এক বৃহৎ অংশই আগতে ড্ৰাগছ সেৱন কৰিছিল। জেললৈ অহাৰ পূৰ্বে এইচ আই ভি আক্ৰান্ত হৈছিল।

Apply Now

লগতে পঢ়কঃ কেৰালাত মেকুৰীৰ কেঁচা মাংস খোৱা অৱস্থাত উদ্ধাৰ অসমৰ এজন লোক; প্ৰেৰণ মানসিক চিকিৎসালয়লৈ

কাৰাগাৰ প্ৰশাসনে দাবী কৰে যে এই ভুক্তভোগীসকলে কাৰাগাৰৰ বাহিৰত দূষিত চিৰিঞ্জ ব্যৱহাৰ কৰিছিল। তাৰ পৰাই এই ভাইৰাছ তেওঁলোকৰ শৰীৰত প্ৰৱেশ কৰে।

জেল কৰ্তৃপক্ষই সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত কয়, এতিয়া এইচ আই ভি পজিটিভ সকলো কয়দীৰ নিয়মীয়াকৈ লক্ষ্ণৌ হাস্পতালত চিকিৎসা কৰা হয়। আটাইকেইজন আক্ৰান্তৰ স্বাস্থ্যৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে কাৰাগাৰ প্ৰশাসনে।

যদিও এইচ আই ভি আক্ৰান্ত লোকৰ সংখ্যা আতংকজনকভাৱে বৃদ্ধি পাইছে, তথাপিও যোৱা পাঁচ বছৰত এই ভাইৰাছৰ বাবে কোনো লোকে জীৱন হেৰুৱাবলগীয়া হোৱা নাই।

লগতে পঢ়কঃচৰকাৰৰ জাতিবিৰোধী কাৰ্য : অসমীয়া নজনা বহিৰাগত প্ৰাৰ্থীয়ে কিদৰে পালে APSC ৰ চাকৰি?

অৱশ্যে এইচ আই ভি আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ লগে লগে লক্ষ্ণৌ জিলা কাৰাগাৰ সকলো কয়দীৰ স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰতি চিন্তিত হৈ পৰিছে। জেলৰ সূত্ৰৰ পৰা জানিব পৰা মতে কৰ্তৃপক্ষই এই ভাইৰাছ আনলৈ বিয়পি পৰাৰ পৰা ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। ভাইৰাছৰ উৎস বিচাৰি উলিওৱাৰ বাবে তদন্ত অব্যাহত আছে। কাৰাগাৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সকলো পদ্ধতি পুনৰীক্ষণ কৰা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd