• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

এইচ আই ভি পজিটিভলোকেও যাপন কৰিব পাৰে স্বাভাৱিক জীৱন! এক দম্পতীৰ জীৱনযুঁজে দেখুৱাইছে আশাৰ ৰেঙনি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 27, 2025 6:11 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নব্বৈৰ দশকত ভাৰতত মৃত্যুদণ্ডৰ দৰে আছিল এইচ আই ভি আক্ৰান্ত হোৱাটো। আৰু ভাইৰাছটোতকৈও ভয়াবহ আছিল এই ৰোগ আৰু আক্ৰান্তৰ প্ৰতি সমাজৰ ধাৰণা আৰু আচৰণ। কিন্তু আজি আৰু সেই সময় নাই। এতিয়া এন্টিৰেট্ৰ’ভাইৰেল থেৰাপীয়ে (ART) এইচ আই ভি পজিটিভ লোকসকলক দীৰ্ঘ, সুস্থ জীৱন যাপন, বিবাহ আৰু সন্তান জন্ম দিয়াত সহায় কৰে। ২০০২ চনত মুম্বাইৰ ৪৬ বছৰীয়া এগৰাকী ব্যক্তিৰ শৰীৰত এই ৰোগ ধৰা পৰাৰ পিছত ৩০ দিনৰ সময় দিয়া হৈছিল যদিও ২৩ বছৰ পাৰ হৈ যোৱাৰ পিছোতো স্বাভৱিক জীৱন যাপন কৰি আহিছে। এতিয়া তেওঁ বিবাহিত।

উল্লেখ্য যে তেওঁ পত্নীও এইচ আই ভি পজিটিভ। সম্প্ৰতি  এই দম্পতীৰ এগৰাকী এইচ আই ভি নেগেটিভ কন্যা আৰু এজন পুত্ৰ আছে। তেওঁলোকোৰ এই জীৱন যুঁজে চিকিৎসাৰ অগ্ৰগতি আৰু সমৰ্থনে জীৱন কেনেকৈ সলনি কৰিছে। আৰু এই ৰোগত আক্ৰান্ত হ’লেও যে স্বাভাৱিক জীৱন যাপন কৰিব পাৰি তাৰ উজ্জ্বল নিদৰ্শন।

Apply Now

উল্লেখনীয় যে ভাৰতত প্ৰায় ২৫-৩০ লাখ এইচ আই ভি পজিটিভ লোক আছে, ইয়াৰে বহুতেই ২১-৩৫ বছৰ বয়সৰ আৰু সংগী বিচাৰে। এইচ আই ভি-নিৰ্দিষ্ট বৈবাহিক চাইট যেনে এইচ আই ভি পৰিচয় ডট কম আৰু পজিটিভছাথি ডট কমৰ উন্মেষ ঘটিছে, আৰু জীৱনসাথী ডট কম নামৰ ৱেবচইটেও এতিয়া এইচ আই ভি পজিটিভ ব্যক্তিৰ বাবে সুবিধা আগবঢ়াইছে। অৱশ্যে যদিও বেছিভাগ মানুহেই ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থা (NACO)ৰ দ্বাৰা আয়োজিত বাৰ্ষিক সভাৰ জৰিয়তে অংশীদাৰ বিচাৰি পায়, লিংগ ভাৰসাম্যহীনতা আৰু জাতিগত পছন্দৰ বাবে মাত্ৰ ১-২% লোকেহে অংশীদাৰ বিচাৰিবলৈ সক্ষম হয়।

প্ৰসংগ ক্ৰমে  সম্প্ৰতি এ আৰ টিৰ দ্বাৰা এইচ আই ভি পজিটিভ দম্পতীয়েও নিৰাপদে সন্তান জন্ম দিব পাৰে, আৰু ভাইৰাছ নিয়ন্ত্ৰণ হ’লে মাতৃৰ পৰা সন্তানলৈ সংক্ৰমণৰ আশংকা ১%তকৈ কম। ভাৰতৰ এটা সংস্থা (NACO) নাকোৱে বিনামূলীয়া এ আৰ টি প্ৰদান কৰে, যাৰ বাবে নিজাকৈ প্ৰতিমাহে ১৫০০-২০০০ টকা খৰচ হয়।

এতিয়া সমাজৰ চিন্তা আৰু সংগী বিচাৰি উলিওৱাৰ দৰে প্ৰত্যাহ্বানৰ মাজতো এইচ আই ভি পজিটিভ ব্যক্তিসকলে বিশেষজ্ঞৰ পৰামৰ্শ আৰু এই ৰোগত আক্ৰান্তসকলক একত্ৰিত কৰা সামাজিক গোটৰ সহায়ত পৰিয়াল আৰু সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছে। যিয়ে প্ৰমাণ কৰিছে যে এইচ আই ভিয়ে তেওঁলোকৰ ভৱিষ্যতৰ সংজ্ঞা নিৰূপণ নকৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

September 8, 2026 2:19 pm
সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

September 8, 2026 1:29 pm
‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

‘মোৰ সংসাৰ চলোৱাৰ খৰচ লাগে’, এতিয়া বিয়াঘৰত নাচি উপাৰ্জন কৰে এইগৰাকী বলীউডৰ ছুপাৰষ্টাৰে

September 8, 2026 12:43 pm
‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

‘গাৰ্লফ্ৰেণ্ডে দিয়ে ০% সুত, আৰু আমাৰ এফ ডি ১৪.৪%’, মেট্ৰ’ত এইটো কেনেকুৱা বিজ্ঞাপন! দেশজুৰি আলোড়ন

September 8, 2026 11:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

হুলস্থুলৰ মাজতে তামিলনাডু বিধানসভাত সদনৰ পৰা উলিয়াই দিলে বিৰোধী বিধায়কসকলক

September 8, 2026 2:19 pm
সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

সমাজ-সংস্কাৰ আৰু মানৱতাৰ এক চিৰন্তন সুৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা

September 8, 2026 1:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd