• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সজাগতায়ো ভ্ৰান্ত ধাৰণা গুচাব পৰা নাই!! এইচ্ছ আই ভি পজিটিভ পত্নীক চিকিৎসালয়তে এৰি পলাল স্বামী

পান্না ঘোষ by পান্না ঘোষ
May 14, 2019 6:10 pm
848
VIEWS
Share on FacebookShare on Twitter

প্ৰচুৰ সজাগতাৰ প্ৰয়াস সত্ত্বেও এইডছ সম্পৰ্কীয় ভ্ৰান্ত ধাৰণবোৰে লগ এৰা নাই সমাজক।

মাৰাত্মক ৰোগবিধৰ প্ৰতি থকা ভ্ৰান্ত ধাৰণা আৰু সংক্ৰমণ ভীতিৰ বাবেই এজন লোকে নিজৰ এইচ্চ আই ভি পজিটিভ পত্নীক চিকিৎসালয়তে এৰি অন্তৰ্ধান হোৱাৰ ঘটনা এটা পোহৰলৈ আহিছে।

ঘটনাটো উত্তৰ ত্ৰিপুৰাৰ। স্বামীৰ সৈতে চিকিৎসালয়লৈ যোৱা উত্তৰ ত্ৰিপুৰাৰ কদমতলা তেহছিলৰ মহিলাগৰাকীৰ এইচ্ছ আই ভি পজিটিভ বুলি পৰীক্ষাত ধৰা পৰে।

তাৰ পিছতে স্বামীয়ে কদমতলা চিকিৎসালয়ত অসুখীয়া পত্নীক ভৰ্তি কৰি মনে মনে তাৰ পৰা গুচি যায়। স্বামী আৰু কেতিয়াও ঘূৰি নাহিল দুৰ্ভগীয়া মহিলাগৰাকীৰ কাষলৈ।

তাৰ পিছত তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ কৰা চেষ্টাৰ সময়ত এই কথা ধৰা পৰে যে তেওঁ দুই সন্তানক লৈ ঘৰৰ পৰাও উধাও হৈছে।

তিনি-চাৰি দিন চিকিৎসা আৰু পৰিচৰ্য্যাৰ অভাৱত পৰি থকা মহিলাগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিবলৈ ধৰাৰ সময়তে এইডছ নিয়ন্ত্ৰণৰ বাবে কাম কৰি থকা বেচৰকাৰী সংস্থা এটাই তেওঁৰ খবৰ লয় আৰু তেওঁক ধৰ্মনগৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰে।

কিন্তু ধৰ্মনগৰ চিকিৎসালয়তো মহিলাগৰাকীৰ খবৰ ল’বলৈও মহিলাগৰাকীৰ এই পৰ্য্যন্ত কোনো আত্মীয় অহা নাই।

প্ৰচুৰ সজাগতা কাৰ্য্যসূচীয়েও এইডছ সম্পৰ্কীয় বহুতো ভ্ৰান্ত ধাৰণাক মানুহৰ মনৰ পৰা আঁতৰাব পৰা নাই যে ঘটনাটো তাৰে এটা প্ৰমাণ।

উল্লেখযোগ্য যে একেলগে থকা, একেলগে খোৱা-বোৱা কৰা, একেটা টইলেট/বাথৰূম ব্যৱহাৰ কৰা, সাৱটা, চুমা খোৱা, একেটা মহে কামুৰিলে, হাঁচি, কাহ আৰু ঘামৰ দ্বাৰা এই বীজাণু নিবিয়পে বুলি চৰকাৰে দীৰ্ঘদিনৰ পৰা অৱগত কৰি আহিছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd