• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বঙালী বিৰুদ্ধ মন্তব্যৰে বিপদত নীলমণি সেন ডেকা : প্ৰদেশ কংগ্ৰেছৰ পত্ৰৰ পাছত এইবাৰ থানাত এজাহাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 20, 2019 6:29 pm

1 min read

FIR-against-Nilamani-Sen-Deka-750x375

নীলমনি সেন ডেকা

870
VIEWS
Share on FacebookShare on Twitter

বঙালী সম্প্ৰদায়ৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য আগবঢ়োৱা অভিযোগত প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ বিৰুদ্ধে মঙলবাৰে এজাহাৰ দাখিল কৰিছে হোজাইৰ সাংবাদিক সঞ্জিত সৰকাৰে।

দেওবাৰে এটা চেটেলাইট চেনেলত নীলমণি সেন ডেকাই সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছে বুলি এজাহাৰখনত সৰকাৰে উল্লেখ কৰিছে।

প্ৰাক্তন মন্ত্ৰী ডেকাই অসমৰ বঙালী ভাষী লোকসকলে অসমীয়া ভাষা আৰু সংস্কৃতি ধ্বংস কৰাৰ বাবে চেষ্টা চলাই আছে আৰু অসমীয়া জাতিৰ উন্নয়নৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি আছে বুলি মন্তব্য কৰিছিল বুলি এজাহৰখনত উল্লেখ কৰা হৈছে।

ডেকাৰ বিতৰ্কিত মন্তব্যৰ বাবে বঙালী সম্প্ৰদায়ৰ লোকসকল দুঃচিন্তাত ভোগাৰ লগতে এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্যৰ বাবে তেওঁলোক ভয়ৰ মাজত থাকিব লগা হয় বুলিও এজাহাৰখনত সৰকাৰে উল্লেখ কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰাও নীলমণি সেন ডেকালৈ এই সম্পৰ্কত কাৰণ দৰ্শোৱাৰ পত্ৰ প্ৰেৰণ কৰা হৈছিল।

প্ৰদেশ কংগ্ৰেছে ডেকাক শীঘ্ৰে নিজৰ স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে স্থিতি স্পষ্ট নকৰিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায়।

Recent News

INDIA-ELECTION

কঠোৰ নিৰ্বাচন আয়োগ: নিৰ্দিষ্ট দিনত বিজ্ঞাপন দি অপৰাধ ৰাজহুৱা কৰিব লাগিব প্ৰাৰ্থীয়ে

Ice-cream

চীনত এইবাৰ ‘ক’ৰ’ণাত আক্ৰান্ত’ হ’ল তিনিটাকৈ আইচক্রীম! তাৰপিছত কি কৰিলে চৰকাৰে?

Salman Khan

কৃষ্ণসাৰ হৰিণ হত্যাৰ গোচৰ : আদালতত অনুপস্থিত থাকি বিপদত অভিনেতা চলমান খান!

a modi

পুনৰ প্ৰধানমন্ত্ৰীৰ ৰূপত গৰিষ্ঠসংখ্যক দেশবাসীয়ে বিচাৰে মোদীক, সমীক্ষাত ম্লান পৰিল ৰাহুলৰ জনপ্ৰিয়তা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd