• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শুকুৰবাৰে হোলী, একে দিনাই জুম্মাৰ নামাজৰ দিন! কি পৰামৰ্শ দিলে হিন্দুত্ববাদীসকলে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2025 11:31 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে মছজিদত জুম্মা নামাজত অংশগ্ৰহণ কৰে অধিকাংশ  মুছলমানে। কিন্তু এইবাৰ এই দিনটোত হিন্দু জাতীয় উৎসৱ হোলী বা দৌল যাত্ৰা।সেয়েহে দুয়োটা সম্প্ৰদায়ৰ মাজত সংঘাত ৰোধ কৰিবলৈ হিন্দুত্ববাদী শিবিৰৰ এটা অংশই মুছলমানসকলক উপদেশৰ আঁৰত বিভিন্ন ফতোৱা জাৰি কৰিছে। বিগত কেইবছৰৰ দৰে উত্তৰ প্ৰদেশ এই ক্ষেত্ৰতো আগবাঢ়ি আছে। এই বিতৰ্কত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নামো জড়িত হৈ পৰিছে।

আলিগড়ত যোগী চৰকাৰৰ শ্ৰম মন্ত্ৰী ৰঘুৰাজ সিঙে মুছলমানসকলক উপদেশ দিছে যে হোলীৰ দিনা জুম্মাৰ নামাজৰ বাবে ঘৰৰ পৰা ওলাই নাযাব। ঘৰতে প্ৰাৰ্থনা কৰক। আৰু অকলে ওলাই গ’লে প্লাষ্টিকৰ মোনা পিন্ধক।ৰঙৰ সৈতে খেলি ভাল নাপালে আন কোনো বিকল্প নাই।

Apply Now

বহু মুছলমান ধৰ্মগুৰুৱে বহু আগতেই ঘোষণা কৰিছিল যে হোলীৰ দিনা মছজিদত নামাজ দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’ব। সময় এঘণ্টা পিছুৱাই দিয়া হৈছে। সেই কথাত মুছলমান সমাজে আপত্তি কৰা নাছিল। তথাপিও উপদেশৰ নামত সংখ্যালঘুসকলক উপহাস কৰা হৈছে।

বিগত কেইমাহমানৰ পৰা পশ্চিম উত্তৰ প্ৰদেশৰ সম্বলৰ জুমা মছজিদক লৈ বিবাদৰ সৃষ্টি হৈছে। হিন্দু আৰু মুছলমানৰ দাবী আৰু প্ৰতিদাবীক লৈ হোৱা বিতৰ্কই আদালতৰ মজিয়া পাইছেগৈ। এই বিবাদক লৈ দুয়োপক্ষৰ মাজত গোপন উত্তেজনা বিৰাজ কৰিছে।

সেই গোচৰত সম্ভাল জিলা আৰক্ষী চক্ৰ পৰিদৰ্শক অনুজ চৌধুৰীয়ে মুছলমানসকলক হোলী শুকুৰবাৰে ঘৰতে থাকিবলৈ সকীয়াই দিয়ে। বছৰত ৫২ দিন জুম্মা নামাজ কৰিব পাৰি। বছৰত এদিনহে হোলী বুলি উল্লেখ কৰে।

কোনো চক্ৰ পৰিদৰ্শকে এনে কথা ক’ব পাৰে নেকি সেই লৈ যোগী চৰকাৰৰ ভিতৰতে বিতৰ্ক আৰম্ভ হৈছে। কিন্তু মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী যোগী আদিত্যনাথে ৰাজহুৱাভাৱে চক্ৰ পৰিদৰ্শকগৰাকীক ৰাষ্ট্ৰীয় বঁটা বিজয়ী মল্লযুঁজাৰু বুলি প্ৰশংসা কৰে। সেইবাবেই তেওঁ এজন মল্লযুঁজাৰুৰ সাহসেৰে সেই কথা ক’বলৈ সক্ষম হৈছিল।

বিহাৰ বিজেপিৰ বিধায়ক হৰিভূষণ ঠাকুৰে কয় যে, মুছলমানসকলে হোলীত ঘৰতে থাকিব লাগে।

লক্ষ্ণৌৰ ছিয়া জনগোষ্ঠীৰ নেতা মৌলানা ছাইফ আব্বাছ নকভিয়ে কয় যে দুয়োপক্ষৰ মাজত বিবাদৰ কোনো সম্ভাৱনা নাই। কাৰণ, শুকুৰবাৰৰ নামাজ দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’ব। সময়খিনি এঘণ্টা পিছুৱাই দিয়া হৈছে। তেওঁ কয় যে তেওঁলোকে ইৰাকৰ ধৰ্মগুৰু আয়াতুল্লাহ ছায়েদ চিস্তানীৰ পৰা পৰামৰ্শ লৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

কংগোত দুৰ্ঘটনাগ্ৰস্ত সামৰিক বিমান; দুজন সেনা বিষয়াকে ধৰি ১৪ জন নিহত

September 26, 2026 8:34 am
মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

মোডীৰ সৈতে মহিলাৰ বিকৃত ছবি বিয়পাই দিয়াৰ অভিযোগ; চিজেপি নেতালৈ জাননী জাৰি আদালতৰ

September 26, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd