অসমৰ বানত মৃত্যুৰ সংখ্যা ৮২জনলৈ বৃদ্ধি; ১.৯২ লাখলৈ হ্ৰাস পাইছে আক্ৰান্তৰ সংখ্যা
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ শেহতীয়া বুলেটিন অনুসৰি আৰু দুজন লোকৰ মৃত্যুৰ খবৰ পোৱাৰ পাছত মৃত্যুৰ সংখ্যা ৮২জনলৈ বৃদ্ধি পাইছে।...
Read moreDetailsঅসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ শেহতীয়া বুলেটিন অনুসৰি আৰু দুজন লোকৰ মৃত্যুৰ খবৰ পোৱাৰ পাছত মৃত্যুৰ সংখ্যা ৮২জনলৈ বৃদ্ধি পাইছে।...
Read moreDetailsআমেৰিকাৰ কেলিফৰ্ণিয়া প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত হৈছে এখন এফ-৩৫বি যুদ্ধ বিমান। শুকুৰবাৰে পুৱা ছান ডিয়েগোৰ মেৰিন কৰ্পছ এয়াৰ ষ্টেচন মিৰামাৰ সমীপত সংঘটিত...
Read moreDetailsমৰক্কোৰ পৰা প্ৰায় ৬০ হাজাৰ শৰণাৰ্থীয়ে স্পেইনৰ দক্ষিণ আফ্ৰিকান ভূখণ্ড চেউটাত প্ৰৱেশ কৰিছে। সেইটোও মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে! সীমান্ত পাৰ...
Read moreDetails১ আগষ্টৰ পৰা অসম চৰকাৰে ৰাজ্যৰ প্ৰায় ৩৭.১ লাখ মহিলালৈ প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ ধন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা...
Read moreDetailsসূত্ৰৰ পৰা জানিব পৰা মতে, কেন্দ্ৰীয় চৰকাৰে অহা সপ্তাহত লোকসভাত বিদেশী বৰঙণি (নিয়ন্ত্ৰণ) আইন সংশোধনী বিধেয়ক উত্থাপন কৰাৰ পূৰ্ণ সম্ভাৱনা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd