ভুৱা আৰু নকল পত্ৰৰ বিৰুদ্ধে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দাখিল কৰিলে গোচৰ
নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙৰ নকল স্বাক্ষৰেৰে সৈতে নকল লেটাৰহেডত এখন ভুৱা পত্ৰ প্ৰচাৰ কৰাৰ বাবে অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে নাগালেণ্ডৰ...
Read moreDetailsনাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙৰ নকল স্বাক্ষৰেৰে সৈতে নকল লেটাৰহেডত এখন ভুৱা পত্ৰ প্ৰচাৰ কৰাৰ বাবে অজ্ঞাত ব্যক্তিৰ বিৰুদ্ধে নাগালেণ্ডৰ...
Read moreDetailsৰাজ্যৰ বিভিন্ন প্ৰান্তত নাৰী নিৰ্য্যাতনৰ ঘটনা সংঘটিত হোৱাৰ সমান্তৰালকৈ নলবাৰীতো কালি যৌতুকৰ বাবে নাৰী নিৰ্য্যাতনৰ বলি হ’ল এগৰাকী মহিলা। নলবাৰীৰ...
Read moreDetailsসুদীৰ্ঘ ১১ বছৰ বিৰতিৰ পিছত মণিপুৰৰ ইম্ফল আৰু জিৰিবামৰ মাজত পুনৰ বাছ সেৱা আৰম্ভ হ’ল। বুধবাৰে ৰাজ্যিক পৰিবহন আয়ুক্ত এল...
Read moreDetailsনাগৰিকত্ব সংশোধনী বিধেয়কে ঐতিহাসিক অসম চুক্তিক উলংঘা কৰি অসমীয়াৰ অস্তিত্ব বিপদাপন্ন কৰিবলৈ চেষ্টা চলোৱা প্ৰসংগক লৈ আজি অগপ দলে মহানগৰীৰ...
Read moreDetailsঅৰুণাচল বিধানসভাৰ দুটা সমষ্টি পূব কামেং জিলাৰ পাক্কে-কেছ্ছা আৰু নামনি ছিয়াঙৰ লিকাবালিৰ উপ নিৰ্বাচনৰ বাবে আজি ৰাতিপুৱা ৭ বজাৰ পৰাই...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd