Latest Post

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

বলীউডৰ তাৰকা সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে ২০২৫ চনৰ ১৫ জুলাইত মুম্বাইৰ ৰিলায়েন্স হাস্পতালত এগৰাকী কন্যা সন্তানক আদৰণি জনায়। ১৬...

Read moreDetails

পক্ষী অভয়াৰণ্যত পৰিণত শিৱসাগাৰ ন-মাটি: এছিয়ান অ’পেনবিল ষ্টৰ্কেৰে ভৰি পৰিছে শিৱসাগৰ

শিৱসাগৰ জিলাৰ ন-মাটি অঞ্চলে প্ৰতি বছৰে বাৰিষাৰ সময়ছোৱাত হাজাৰ হাজাৰ এছিয়ান অ’পেনবিল ষ্টৰ্কৰ আগমনে এক পক্ষী অভয়াৰণ্যলৈ পৰিণত হৈছে। দিখৌ...

Read moreDetails

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যপুথিত সন্নিৱিষ্ট দিল্লীৰ চুলতান আৰু মোগল যুগৰ ‘অত্যাচাৰ’ৰ কাহিনী

ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিত কেইবাটাও সালসলনি কৰিছে। বিশেষকৈ এই নতুন গ্ৰন্থত দিল্লী চুলতান...

Read moreDetails

আলফাৰ (স্বা) শিবিৰত আক্রমণ : উদ্বিগ্ন ছাত্র সন্থা; শান্তি আলোচনাৰ পোষকতা

ম্যানমাৰৰ আলফা (স্বা) শিবিৰত হোৱা আক্রমণৰ খবৰে অসমৰ ৰাইজৰ লগতে ছাত্র সস্থাকো উদ্বিগ্ন কৰিছে। আলফাৰ সৈতে লক্ষ্য আৰু পন্থা একে...

Read moreDetails

‘উদয়পুৰ ফাইলছ’ৰ মুক্তিত স্থগিতাদেশ: উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ নাপালে ছবিখনৰ নিৰ্মাতাসকলে

মুক্তিৰ পূৰ্বে আইনী জটিলতাত সোমাই পৰিছে ‘উদয়পুৰ ফাইলছ’ৰ নামৰ ছবিখন। ২০২২ চনত উদয়পুৰৰ দৰ্জী কানহাইয়া লালৰ নৃশংস হত্যাকাণ্ডৰ ওপৰত নিৰ্মিত...

Read moreDetails
Page 1863 of 15246 1 … 1,862 1,863 1,864 … 15,246

Recommended

Most Popular