ইউনেস্ক’ৰ বিশ্বকোষত সংযোজিত হ’ল ভাগৱত আৰু নাট্যশাস্ত্ৰৰ পাণ্ডুলিপি
ভাগৱত আৰু নাট্যশাস্ত্ৰৰ পাণ্ডুলিপিসমূহৰ সাংস্কৃতিক গুৰুত্বক স্বীকৃতি দি ইউনেস্ক’ৰ বিশ্ব কোষৰ স্মৃতি পঞ্জীত লিপিবদ্ধ কৰা হৈছে। ভাৰতৰ প্ৰাচীন গ্ৰন্থসমূহক মানৱ...
Read moreDetailsভাগৱত আৰু নাট্যশাস্ত্ৰৰ পাণ্ডুলিপিসমূহৰ সাংস্কৃতিক গুৰুত্বক স্বীকৃতি দি ইউনেস্ক’ৰ বিশ্ব কোষৰ স্মৃতি পঞ্জীত লিপিবদ্ধ কৰা হৈছে। ভাৰতৰ প্ৰাচীন গ্ৰন্থসমূহক মানৱ...
Read moreDetailsবিজেপি-শাসিত অসমত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত তৃণমূল পৰ্য্যায়ৰ গণতন্ত্ৰ ভুলুণ্ঠিত হৈছে আৰু নিৰ্বাচনটো পৰিণত হৈছে...
Read moreDetailsপ্ৰেমৰ সম্পৰ্ক সঘনাই ভাঙি গৈ আছে। আৰু এই সকলোবোৰ সম্পৰ্ক বিচ্ছেদৰ কাৰণ হৈছে অপৰাধমূলক আইনৰ অপব্যৱহাৰ বৃদ্ধি । এটা গোচৰত...
Read moreDetailsগাজাত ইজৰাইলী আক্ৰমণত দুয়োখন হাত হেৰুৱাই পেলোৱা ৯ বছৰীয়া পেলেষ্টাইনী কিশোৰৰ মাহমুদ আজ্জুৰৰ এখন শক্তিশালী ফটো ২০২৫ চনৰ ৱৰ্ল্ড প্ৰেছ...
Read moreDetailsনিৰ্বাচনৰ সময়ত ভোটাৰক প্ৰায়ে টকা, মদ, উপহাৰ আদি দিয়া দেখা যায়। মধ্যপ্ৰদেশৰ বিজেপিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী উষা ঠাকুৰে ইয়াৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd