Latest Post

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ‘এথন’ফেষ্ট’ উদযাপন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়, অসমৰ উদ্যোগত ২৯ আৰু ৩০ এপ্ৰিল, ২০২৪ তাৰিখে বিশ্ববিদ্যালয় চৌহদত জনগোষ্ঠীয় খাদ্য আৰু সাংস্কৃতিক মহোৎসৱ "এথন'ফেস্ট" অনুষ্ঠিত...

Read moreDetails

কিৰেণ ৰিজিজুৰ মন্তব্য সঁচা নে মিছা? কিয় স্পষ্টীকৰণ দিবলৈ সাহস নহ’ল অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক উভতি ধৰিছে অসম প্রদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই। নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে গোৱালপাৰা জিলাৰ...

Read moreDetails

খেনোক দেখি ৰন্ধা-বঢ়া কৰে, খেনোক দেখি দুৱাৰ মাৰে অসম আৰক্ষীয়ে : ৰাজীৱ ভৱনত কংগ্ৰেছৰ বিস্ফোৰক সংবাদমেল

খেনোক দেখি ৰান্ধে-বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে। এই নীতিৰে চলিছে অসম আৰক্ষী। ভিডিঅ' আপলোড কৰা বাবে অসম প্রদেশ কংগ্ৰেছৰ ৱাৰ...

Read moreDetails

লোকসভা নিৰ্বাচনৰ পূৰ্বে কিয় গ্ৰেপ্তাৰ হ’ল কেজৰিৱালক? উচ্চতম ন্যায়ালয়ৰ ইডিক প্ৰশ্ন

লোকসভা নিৰ্বাচনৰ ঠিক আগতেই কিয় গ্ৰেপ্তাৰ হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক? মঙলবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা...

Read moreDetails

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দুই শতাধিক প্ৰাৰ্থীৰ বিৰুদ্ধে ফৌজাদাৰী গোচৰ, নিৰক্ষৰ অৰ্ধশতাধিক প্ৰাৰ্থী

অহা ৭ মে তাৰিখে অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ভোট গ্ৰহণৰ আগে আগে ওলাইছে প্ৰত্যেকজন প্ৰাৰ্থীৰ সবিশেষ তথ্য।...

Read moreDetails
Page 3487 of 15227 1 … 3,486 3,487 3,488 … 15,227

Recommended

Most Popular