লাৰিজানিৰ হত্যাৰ উচিত প্ৰতিশোধৰ হুংকাৰ ইৰানৰ সৰ্বোচ্চ নেতাৰ, শক্তি খণ্ডত আক্ৰমণক লৈ সৰৱ ৰাষ্ট্ৰপতি পেজেস্কিয়ান
পশ্চিম এছিয়াত চলি থকা ভয়াবহ যুদ্ধৰ মাজতে ইৰানৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ সচিব আলী লাৰিজানিৰ নিধনক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে...
Read moreDetails










