শদিয়াত লোহিত নদীৰ খহনীয়া ৰোধৰ বাবে জলদেৱতাক সন্তুষ্ট কৰিবলৈ দহখনৰো অধিক গাঁৱৰ ৰাইজে পাতিলে মাংগলিক অনুষ্ঠান
বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ চমৎকাৰী সৃষ্টিয়ে বৰ্তমান বিশ্বৰ চুকে-কোণে আমূল পৰিৱৰ্তন সধাৰ সময়তো শদিয়া মহকুমাৰ বৃহত্তৰ ন-শদিয়া অঞ্চলৰ প্ৰায় দহখনৰো...











