বিশ্বনাথত সম্পন্ন অসম জাতীয়তাবাদী যুঃ ছাঃ পৰিষদৰ আঞ্চলিক সমিতিৰ মধ্যকালীন অধিৱেশন
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ মধ্যকালীন অধিৱেশনখন আজি ১ জুলাইত বিশ্বনাথ মহাবিদ্যালয়ৰ অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্য প্ৰেক্ষাগৃহত অনুষ্ঠিত...











