• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপ-বি পি এফে বিজেপিক আটাইকেইখন লোকসভাৰ আসন এৰি দিব : ৰঞ্জিত দাস

এন ই নাও নিউজ by এন ই নাও নিউজ
September 1, 2018 9:46 am
31-08-18 Tezpur- BJP state president visit Nikamul Satra (2)

মাধৱদেৱৰ তিথি উপলক্ষে শুকুৰবাৰে তেজপুৰৰ ঐতিহ্যমণ্ডিত নিকামূল সত্ৰত উপস্থিত হোৱাৰ সময়ত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। ফটো : ইউ বি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনত মিত্ৰদল অগপ আৰু বি পি এফে বিজেপিক আটাইকেইখন আসন এৰি দিব পাৰে। আগন্তুক ২০১৯ ৰ লোকসভা নিৰ্বাচনক লৈ অগপই সাংগঠনিক কাম-কাজ তীব্ৰতৰ কৰি তোলাৰ সময়তে শুকুৰবাৰে তেজপুৰত সংবাদ মাধ্যমৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে তাৎপৰ্যপূৰ্ণভাৱে এই মন্তৱ্য কৰে।

বৰ্তমান বিজেপিৰ দখলত থকা কেইবাটাও লোকসভা সমষ্টি অগপই দাবী কৰা বুলি সাংবাদিকে সোধাত বিজেপি সভাপতিজনে  কয় যে আসন বুজাবুজিৰ সিদ্ধান্ত কেন্দ্ৰীয় নেতৃত্বৰ হাতত বিধানসভা নিৰ্বাচনত অধিক আসন মিত্ৰদলক এৰি দিয়াৰ প্ৰতিশ্ৰুতি দিলে লোকসভা নিৰ্বাচনত মিত্ৰদলসমূহে সকলো আসন এৰি দিয়াৰ সম্ভাৱনা আছে আৰু অসমৰ গোটেই ১৪খন আসনেই বিজেপিয়ে দখল কৰিব।

Apply Now

আনহাতে, নদীবান্ধৰ প্ৰসংগত ৰঞ্জিৎ দাসে কয়, ‘জাতীয় দল-সংগঠনৰ লগত দিল্লীত আলোচনা হোৱাৰ পিছতহে বিশেষজ্ঞ সমিতি গঠন কৰা হৈছিল। কিন্তু জাতীয় সংগঠনৰ অনুমতি সাপেক্ষে নদীবান্ধৰ কাম চলি থকা বুলি মই কোৱা নাছিলো। মোৰ কথাৰ অপব্যাখ্যা কৰা হৈছে,‘-দাসে কয়।

উল্লেখযোগ্য যে মাধৱদেৱৰ তিথি উপলক্ষে তেজপুৰৰ ঐতিহ্যমণ্ডিত তথা ৪০০ বছৰীয়া নিকামূল সত্ৰত শুকুৰবাৰে বিজেপিৰ ৰাজ্যিক সভাপতিজন উপস্থিত হোৱাৰ সময়তে তেওঁ এই মন্তৱ্য আগবঢ়ায়।

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বিজেপিয়ে সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত জিলাই জিলাই সাংগঠনিক কাম-কাজ তীব্ৰতৰ কৰি তুলিছে। শোণিতপুৰ জিলাৰ বালিপৰা, খনামুখ, মিছন চাৰিআলি, ঢেকিয়াজুলি আৰু বৰছলা অঞ্চলত কেইবাখনো সাংগঠনিক সভাত শুকুৰবাৰে অংশগ্ৰহণ কৰে।

আনহাতে, আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যিক বিজেপিয়ে ৰাজ্যজুৰি তিনি লাখ ৩৩ হাজাৰ পৃষ্ঠা প্ৰমুখৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰো ব্যৱস্থা লোৱা বুলি জানিব পৰা গৈছে। ইপিনে বিজেপিৰ সভাপতিগৰাকীয়ে অগপ আৰু বি পি এফে লোকসভা নিৰ্বাচনত সকলো আসন এৰি দিব বুলি শুকুৰবাৰে সংবাদ মাধ্যমৰ সন্মুখত কৰা মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd