গুৱহাটীত ফুটবল উৎসৱেৰে সামৰণি পৰিল ‘প্ৰিমিয়াৰ স্কিলছ’ৰ দ্বাৰা আয়োজিত প্ৰশিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰম
ব্ৰিটিছ কাউঞ্চিল আৰু প্ৰিমিয়াৰ লীগৰ যুটীয়া উদ্যোগত অনুষ্ঠিত সপ্তাহযোৰা ফুটবল প্ৰশিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰমৰ সামৰণি পৰিছে। ‘প্ৰিমিয়াৰ স্কিলছ’ৰ মুৰব্বী জেৰ’মি উইকছৰ...











