• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰীয় জলপানী বঁটাপ্ৰাপ্ত যুৱ মূকাভিনেতা মিনাংক ডেকাৰ ‘স্বচ্ছতা ১০১’ৰ শুভাৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2020 2:29 pm
235cc940-0779-45cd-a1f8-9be50a1e8867
406
VIEWS
Share on FacebookShare on Twitter

‘মিছন ছেভ দীপৰ বিল’, ‘নিৰ্বাক যাত্ৰা’ আদিৰ জৰিয়তে বিভিন্ন গঠনমূলক কাম কৰা উদীয়মান মূকাভিনেতা মিনাংক ডেকাই এইবাৰ স্বচ্ছতাৰ ক্ষেত্ৰত সজাগ কৰিবলৈ হাতত লৈছে এক অভিনৱ পন্থা।

সামাজিক সাংস্কৃতিক সংস্থা সমলয়ৰ উদ্যোগত আৰু মিনাংক ডেকাৰ পৰিচালনাত দেওবাৰে শুভাৰম্ভণি কৰা হয় ‘স্বচ্ছতা ১০১’ শীৰ্ষক কাৰ্যসূচী।

প্ৰতিভাৱান শিল্পীগৰাকীৰ সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে গ্ৰহণ কৰা এই পদক্ষেপৰ অংশস্বৰূপে দেওবাৰে গুৱাহাটীৰ কাছাৰীঘাটত কেইবাগৰাকীও মূকাভিনয়ৰ শিল্পীৰ দ্বাৰা ‘স্বচ্ছতা’ শীৰ্ষক এখন নাট প্ৰদৰ্শন কৰা হয়।

শিল্পীৰ দলটোৱে প্লাষ্টিক বৰ্জন কৰক, য’তে ত’তে আৱৰ্জনা নেপেলাব আদি লিখা থকা প্লে কাৰ্ড হাতে-হাতে লোৱাৰ লগতে শ্ল’গানেৰে ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে।

মিনাংক
মূকাভিনেতা মিনাংক ডেকা

পৰিৱেশ সংৰক্ষণ তথা বিভিন্ন সজাগতামূলক কাম কৰি অহা মূকাভিনেতা মিনাংক ডেকাই এই সন্দৰ্ভত কয়, ‘মূকাভিনয়ৰ জৰিয়তে যাতে স্বচ্ছতাৰ বাৰ্তা সকলোৰে মাজলৈ লৈ যাব পাৰো তাৰ কামত নিয়োজিত হৈছো। সেয়ে গ্ৰহণ কৰিছো ‘স্বচ্ছতা ১০১’।

গুৱাহাটীত শুভাৰম্ভ হোৱা এই কাৰ্যসূচী পৰৱৰ্তী সময়ত নলবাৰী আৰু ৰঙিয়াত গ্ৰহণ কৰা হ’ব বুলিও মূকাভিনেতাগৰাকীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে শুভাৰম্ভণি অনুষ্ঠানত অসম ৰাজ্যিক বাল ভৱনৰ প্ৰাক্তন অধ্যক্ষা কবিতা শৰ্মা ভট্টাচাৰ্য্য, সমাজ কৰ্মী ভাস্কৰ জ্যোতি দাস, আৰছেল আখতাৰ, সিসেন্দু শেখৰ দাসৰ লগতে আন বহুতো লোক উপস্থিত থাকে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd