মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা: ১৩ ট্ৰেক্টৰ নিৰ্মাতা প্ৰতিষ্ঠানক পুনৰ নিবিদা দাখিলৰ নিৰ্দেশ
মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৰাজ্যখনৰ প্ৰতিখন ৰাজহ গাঁৱৰ একোটাকৈ নিৰ্বাচিত হিতাধিকাৰী গোটক ট্ৰেক্টৰ যোগান ধৰাৰ প্ৰক্ৰিয়া পুনৰ হাতত...











