• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কুম্ভমেলাত কৰ’নাৰ সংক্ৰমণ! তিনিশৰো অধিক আক্ৰান্ত, বহু সন্যাসী আইছ’লেশ্যনত

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2021 10:26 am
Kumbh mela

কুম্ভমেলা। ফাইল ফটো।

442
VIEWS
Share on FacebookShare on Twitter

উত্তৰাখণ্ডৰ হৰিদ্বাৰত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা কুম্ভমেলাতো কৰ’নাৰ সংক্ৰমণ ঘটিছে। ৰাজ্য প্ৰশাসনৰ তৰফৰ পৰা এইকথা সদৰী কৰা হৈছে।

বাতৰি অনুসৰি, শংকৰাচাৰ্য চ’কৰ কৃষ্ণ আশ্ৰমৰ সাতজন সন্যাসী কৰ’নাত আক্ৰান্ত হৈছে আৰু তেওঁলোকক বৰ্তমান আইছ’লেশ্যনত ৰখা হৈছে।

বিগত চাৰিদিনত কুম্ভমেলাত কেইবাশ লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি কোৱা হৈছে।

কুম্ভমেলাৰ স্বাস্থ্য বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে এইবাৰৰ কুম্ভমেলাত আৰম্ভণিৰ পৰা এতিয়ালৈকে ৩০০জনৰ দেহত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

যোৱা ১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এইবাৰৰ কুম্ভমেলা ৩০ দিন ধৰি চলিব। কিন্তু কৰ’নাই যিদৰে প্ৰভাৱ পেলাইছে সেয়া আগলৈ কেনে অৱস্থাৰ সৃষ্টি কৰে তাক লৈ উদ্বিগ্ন হৈ পৰিছে উত্তৰাখণ্ড চৰকাৰ।

কৰ’নাৰ সংহাৰৰ কথা মনত ৰাখি ৰাজ্য চৰকাৰে কিছুমান নিৰ্দেশনা প্ৰস্তুত কৰিছে। সেই অনুসৰি, আৰ টি- পিচিআৰ টেষ্টত নিগেটিভ পালেহে মেলাত প্ৰৱেশৰ অনুমতি দিয়া হ’ব। তদুপৰি, সেই ৰিপ’ৰ্ট সাত দিনৰ ভিতৰৰ হ’ব লাগিব।

দেশৰ আন আন প্ৰান্তৰ দৰে উত্তৰাখণ্ডতো কৰ’নাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাবলৈ লৈছে। সেয়ে মেলাৰ দায়িত্বত থকা বিষয়াসকল চিন্তিত হৈ পৰিছে।

এইবাৰৰ কুম্ভমেলাত ১২, ১৪ আৰু ২৭ এপ্ৰিলত তিনিটা চাহি স্নানৰ যোগ আছে। উক্ত দিনত এই স্নানত লাখ লাখ লোকে অংশ ল’ব।

স্বাভাৱিকতেই সেই সময়ছোৱাত কৰ’না বিধি কিমানদূৰ পালন সম্ভৱ হ’ব আৰু তাৰ পাছত কৰ’না পৰিস্থিতিয়ে কি ৰূপ লয় তাক লৈ ৰাজ্য চৰকাৰ শংকিত হৈ আছে।

Recent News

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd