মুখ্যমন্ত্ৰী হিচাপে প্ৰথমটো স্বাধীনতা দিৱসৰ ভাষণত ‘জেন-জি’লৈ বাৰ্তা বিজয়ৰ; দিলে দুৰ্নীতি নিৰ্মূল আৰু একাধিক কল্যাণমূলক আঁচনিৰ প্ৰতিশ্ৰুতি
প্ৰথমবাৰৰ বাবে তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি নতুন প্ৰজন্ম অৰ্থাৎ 'জেন-জি'লৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিলে চি...










