‘আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা’; ভাৰতক দেখি বিদেশ যাবলৈ পাকিস্তানেও উলিয়ালে প্ৰতিনিধিৰ দল
ভাৰতক দেখি হাস্যকৰভাৱে পাকিস্তানে পাকিস্তান পিপলছ পাৰ্টিৰ নেতা বিলোৱাল ভুট্টো-জৰ্দাৰীৰ নেতৃত্বত এটা দল বিভিন্ন দেশলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে। ৭...











