যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ
ভাৰতীয় সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে পাকিস্তানৰ সৈতে শেহতীয়াকৈ চুক্তিবদ্ধ হোৱা যুদ্ধবিৰতিৰ যিকোনো উলংঘাৰ প্ৰতি সঁহাৰি জনাই ফিল্ড কমাণ্ডাৰসকলক নিৰ্ণায়ক...











