Non-communicable diseases বিশ্বত প্ৰতি ২ ছেকেণ্ডত এজনকৈ লোকৰ প্ৰাণ হৰি নিছে অসংক্ৰামক ৰোগে : বিশ্ব স্বাস্থ্য সংস্থা
বিশ্বত অসংক্ৰামক ৰোগত আক্ৰান্ত হৈ প্ৰতি ২ ছেকেণ্ডত বিশ্বত প্ৰাণ হেৰুৱাইছে এজনকৈ লোকে। বিশ্বৰ শীৰ্ষ স্বাস্থ্য সংস্থাটোৱে ১৯৪ খন দেশৰ...











