• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীনৰ ৰুদ্ধ পৰিবেশত নহয়, ভাৰতৰ মুক্ত গণতন্ত্ৰৰ পৰিবেশত মৃত্যুক সাৱটিব বিচাৰে দালাই লামাই

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 23, 2022 4:54 pm
140
VIEWS
Share on FacebookShare on Twitter

তিব্বতীয় ধৰ্মগুৰু দালাই লামাই পুনৰ ভাৰতৰ প্ৰতি নিজৰ আনুগত্য ব্যক্ত কৰিলে।শেহতীয়াকৈ তেওঁ কয় যে তেওঁ চীনৰ পৰিৱৰ্তে ভাৰতৰ মুক্ত গণতন্ত্ৰৰ দ্বাৰা পৰিবেষ্টিত পৰিবেশত শেষ নিশ্বাস ত্যাগ কৰিবলৈ বিচাৰে।

দালাই লামাই হিমাচল প্ৰদেশৰ ধৰ্মশালাত থকা তেওঁৰ বাসভৱনত নৱ প্ৰজন্মৰ একাংশৰ সৈতে বাৰ্তালাপৰ সময়ত এনেদৰে কয়।আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠান ইউএছআইপিৰ দ্বাৰা আয়োজিত উক্ত বাৰ্তালাপৰ সময়ত তেওঁ এই মন্তব্য কৰে।দালাই লামাই কয়” মই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক কৈছিলো, মই আৰু ১৫-২০ বছৰ জীয়াই থাকিম, কোনো প্ৰশ্নই নাই। যেতিয়া মই মৰিম, মই ভাৰততে মৃত্যুক সাৱটিবলৈ পছন্দ কৰিম।

ভাৰতত এনে লোক আছে যিয়ে দেশ প্ৰেম প্ৰদৰ্শন কৰে, সেয়া নিৰ্ভেজাল প্ৰেম। যদি মই চীনা বিষয়াসকলৰ দ্বাৰা পৰিবেষ্টিত হৈ মৰিব লাগে তেন্তে সেয়া অতি দুখজনক হ’ব… । মই পছন্দ কৰো মুক্ত গণতন্ত্ৰৰ সৈতে এই দেশত মৃত্যুক সাৱটিবলৈ ” । তেওঁ লগতে কয় যে তেওঁৰ মৃত্যুৰ সময়ত… এজনবিশ্বাসী বন্ধুৰ দ্বাৰা তেওঁক আৱৰি থাকিব লাগিব, যিয়ে সঁচাকৈয়ে প্ৰকৃত অনুভূতি দেখুৱায়,” ।

দালাই লামাৰ এনে বক্তব্যৰ এটা ভিডিঅ’ ফেচবুকত পোষ্ট কৰা হৈছে। দালাই লামাক আধ্যাত্মিক শিক্ষা আৰু লগতে বিদ্বেষপূৰ্ণ ৰাজনৈতিক দৃষ্টিভংগীৰ বাবে সমগ্ৰ বিশ্বতে মানুহে শ্ৰদ্ধা কৰি আহিছে।তিব্তৰ লোকসকলৰ স্বাধীনতাৰ পক্ষত থকাৰ বাবেই তেওঁক চীনা কৰ্তৃপক্ষই সন্দেহৰ দৃষ্টিৰে চাই আহিছে। চীনা কৰ্তৃপক্ষই প্ৰায়ে তেওঁক এজন বিতৰ্কিত আৰু বিচ্ছিন্নতাবাদী ব্যক্তি হিচাপে অভিহিত কৰি আহিছে।

১৯৫০ ৰ দশকত চীনে অবৈধভাৱে তিব্বত দখল কৰাৰ সময়ত তিব্বতীয় আধ্যাত্মিক নেতাজনে ভাৰতত আশ্ৰয় ল’ব লগা হৈছিল। দালাই লামাই তিব্বতৰ সমস্যাটো শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চীনৰ সৈতে আলোচনাৰ প্ৰস্তাৱ দি আহিছে। দালাই লামাৰ বিষয়ে পূৰ্বে পৰা ভাৰত চৰকাৰৰ স্থিতি স্পষ্ট আৰু স্থিৰ আছিল। তেওঁ এজন শ্ৰদ্ধাৰ ধৰ্মীয় নেতা আৰু ভাৰতৰ জনসাধাৰণে তেওঁক সন্মান কৰে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd