হাজোৰ বিবাহস্থলীত কুৰুক্ষেত্ৰ! বিয়া চলি থাকোতে আহি ওলাল প্ৰথমা পত্নী; তাৰ পাছত….
হাজোৰ এখন বিবাহস্থলীত কুৰুক্ষেত্ৰ! দৰাৰ পিঠিত পৰিছে ঔকিল! তীব্ৰ উত্তেজনা লাগিল হাহাকাৰ!! কাহিনীৰ খলনায়ক এই দৰাজন হ’ল আশ্রফ হুছেইন খান।...
হাজোৰ এখন বিবাহস্থলীত কুৰুক্ষেত্ৰ! দৰাৰ পিঠিত পৰিছে ঔকিল! তীব্ৰ উত্তেজনা লাগিল হাহাকাৰ!! কাহিনীৰ খলনায়ক এই দৰাজন হ’ল আশ্রফ হুছেইন খান।...
ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ নিম্নগামী হৈয়েই আছে সুস্থতাৰ হাৰ বৃদ্ধি পাইছে যদিও দেশত অ’মিক্ৰণৰ সংক্ৰমণক লৈ অসমতো আশংকাৰ সৃষ্টি হৈছে।...
ফেচিষ্ট শক্তি কিছুমানে মোহ লগা কথা কৈ নেতাক দেৱতা সজাই দিয়ে,দেৱতাৰ ভাও ধৰা এই নেতাবোৰে মুখেৰে যিটো কয় তাৰ ওলোটাটো...
দেওবাৰে দিনৰ ১২বজাত হাতীগাঁওৰ শান্তিবন পথৰ ওঁম ৰেছিডেঞ্চীৰ সভাকক্ষত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত সাহিত্যিক তথা তুৰা চৰকাৰী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা...
গুৱাহাটী মহানগৰীৰ ৱায়াৰলেছৰ বশিষ্ঠপুৰ বাইলেন-১ ৰ পৰা এগৰাকী যুৱক ২৪ ডিচেম্বৰৰ পুৱাৰে পৰা নিৰুদ্দেশ হৈ থকাৰ কথাই পৰিয়ালটোৰ লগতে স্থানীয়...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd