আই আই টিৰ প্ৰতিবেদনৰ পাছতেই কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত: সাময়িকভাৱে বন্ধ হ’ল পুষ্টিযুক্ত চাউলৰ বিতৰণ
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, খড়গপুৰৰ এক শেহতীয়া অধ্যয়নৰ পিছতেই কেন্দ্ৰীয় চৰকাৰে কল্যাণমূলক আঁচনিসমূহৰ অধীনত পুষ্টিযুক্ত চাউলৰ বিতৰণ সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত...










