• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

India Week at Hamburg in Germany জাৰ্মানীৰ হামবাৰ্গ মহানগৰীত উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ অনুষ্ঠান: জাৰ্মানীৰ পৰ্যটক আকৰ্ষণৰ পদক্ষেপ

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
November 13, 2021 8:36 am
IMG_20211113_075824
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

India Week at Humburg in Germany অসমৰ পৰা গৈ জাৰ্মানীত প্ৰতিষ্ঠা লাভ কৰা ড৹ খাফিলুজ্জামান আহমেদৰ জামানছ ইষ্ট ইণ্ডিয়া ট্ৰেভেল ওডিচিৰ উদ্যোগত জাৰ্মানীৰ হামবাৰ্গ মহানগৰীত অনুষ্ঠিত হৈছে ভাৰত সপ্তাহ নামৰ এক বিশেষ অনুষ্ঠানৰ ৷

৮ নবেম্বৰৰ পৰা ১৫ নবেম্বৰলৈকে জাৰ্মানীৰ পৰ্যটকক ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি অধিক আকৰ্ষিত কৰাৰ বাবে আয়োজিত হোৱা এই অনুষ্ঠান উদ্বোধন কৰে হামবাৰ্গত থকা ভাৰতীয় কনচুল জেনেৰেল জন এইচ ৰ’ল্ডগোলে।

সপ্তাহজোৰা এই অনুষ্ঠানত অসমৰ হৈ শ্ৰীমন্ত ভূঞা আৰু আবিদুৰ ৰহমান, মিজোৰামৰ আৰু নাগালেণ্ডৰ হৈ জন লালনোটলোংগাই আৰু চিৰঞ্জীৱ দত্তই ত্ৰিপুৰাক প্ৰতিনিধিত্ব কৰি সচিত্ৰ উপস্থাপনেৰে ৰাজ্যৰ কলা সংস্কৃতিক জাৰ্মানীৰ পৰ্যটকৰ আগত দাঙি ধৰে ৷

Apply Now

জাৰ্মানীৰ এই ভাৰত সপ্তাহত আলোচনা আৰু সচিত্ৰ উপস্থাপনৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অসম, মিজোৰাম আৰু মেঘালয়ৰ হস্ত তাঁত বস্ত্ৰৰো আকৰ্ষণীয় প্ৰদৰ্শনী অনুষ্ঠিত হয় ৷

অসমৰ এৰি আৰু মুগা কাপোৰৰ বাবে চিলঙৰ ডেনিয়েল চিয়েম আৰু গুৱাহাটীৰ ৱোৱনে সকলোকে আকৰ্ষণ কৰে ৷ নেষ্ট নামৰ সংগঠনৰ অৰ্পিত আগ্ৰৱালাই এৰি পলু আৰু লেটাৰে এক অকৰ্ষণীয় অনুষ্ঠান উপস্থাপন কৰে ৷

অনুষ্ঠানত অসমৰ চাহ আৰু গল্ফ পৰ্যটনৰ ওপৰতো আলোচনা কৰা হয় ৷ অসমৰ বোকাখাতৰ পৰা যোৱা বিশিষ্ট টুৰিষ্ট গাইড আবিদুৰ ৰহমানে অসমৰ বন্যপ্ৰাণী আৰু চৰাইৰ ওপৰত দিয়া উপস্থাপন আৰু পৰ্যটনৰ ব্যৱস্থাৱলীৰ বিৱৰণে সকলোকে আকৰ্ষণ কৰে ৷

সপ্তাহ জোৰা এই অনুষ্ঠানত অসমৰ জাতীয় সংগীতৰ লগতে গীত মাতো পৰিবেশন কৰা হয় ৷

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

ত্ৰিৰংগ : হৰেকৃষ্ণ ডেকা

August 15, 2026 9:20 am
ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

ইণ্ডোনেছিয়াত ৭.৭ প্ৰাবল্যৰ ভূমিকম্প, কমেও ২ জন লোকৰ মৃত্যু; ছুনামীৰ সতৰ্কতা জাৰি

August 15, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd