মহাকাশযান ‘হায়াবুচা-২’ৰ সফলতা: গ্ৰহাণু ‘ৰায়ুগু’ৰ পৰা অনা মাটিত উদ্ধাৰ ডিএনএ আৰু আৰএনএৰ উপাদান
মহাকাশ বিজ্ঞানৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৃথিৱীৰ সমীপৱৰ্তী গ্ৰহাণু 'ৰায়ুগু'ত ডিএনএ আৰু আৰএনএৰ আটাইকেইটা যৌগিক উপাদান আৱিষ্কাৰ হৈছে।...











