• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাকৰি নিয়মীয়াকৰণৰ দাবীত দিচপুৰত সদৌ অসম গৃহৰক্ষী কৰ্মীৰ ‘গণ অৱস্থান’

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 29, 2019 9:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম গৃহৰক্ষী কৰ্মীৰ প্ৰতিবাদত আজি কঁপিল দিচপুৰৰ লাষ্টগেট। ৰাজ্যৰ ২৭ হাজাৰ গৃহৰক্ষী বাহিনীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীৰে আজি দিচপুৰ লাষ্টগেটত সদৌ অসম গৃহৰক্ষী কৰ্মীয়ে গণ অৱস্থান ধৰ্ণা কাৰ্যসূচী পালন কৰে।

নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মৃল্যবৃদ্ধিয়ে সকলোকে জুৰুলা কৰা সময়ত গৃহৰক্ষী কৰ্মীসকলে মাত্ৰ ৯ হাজাৰ (থানা সমূহত) আৰু ৯৪৫০ (উদ্যোগ সমূহত) বেতন পাই।

Apply Now

ফলত আজি দিচপুৰ লাষ্টগেটত গৃহৰক্ষী কৰ্মীসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ মাজতে প্ৰতিবাদকাৰী সকলে দুপৰীয়াৰ ভগত ১.৩০ বজাৰ ভিতৰত যদি কোনো চৰকাৰী বিষয়া আহি প্ৰতিবাদস্থলীত উপস্থিত নহয় তেন্তে তেওঁলোকে আৰক্ষীৰ বেৰিকেড ভাঙিবলৈ আগবাঢ়ি যাব বুলি ঘোষণা কৰে।

আৰু এটা সময়ত গৃহৰক্ষী কৰ্মীসকলৰ প্ৰতিবাদে চৰমসীমা অতিক্ৰম কৰি আৰক্ষীৰ বেৰিকেড ভাঙিবলৈ উদ্যত হয়।

অৱশ্যে শেষত যুটীয়া আয়ুক্ত দেৱৰাজ উপাধ্যায় প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰী সকলক বুজনি দিয়াতহে প্ৰতিবাদকাৰীসকল শান্ত হয়।

প্ৰতিবাদকাৰীসকলে যুটীয়া আয়ুক্তৰ জৰিয়তে বিধানসভাৰ অধক্ষ্য হিতেন্দ্ৰ নাথ গোস্বামীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

সদৌ অসম গৃহৰক্ষী বাহিনীৰ সভাপতি অনন্ত দাসে কয় যে, ‘আজি এই প্ৰতিবাদৰ জৰিয়তে আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ অসমৰ গৃহৰক্ষী বাহিনীৰ অসমৰ গৃহৰক্ষী বাহিনীৰ সমস্যাসমূহ লগতে ১৯৪৮ চনৰ গৃহৰক্ষী আইনখন সময়ৰ উপযোগী হোৱাকৈ সংশোধন কৰাই আমাক উপযুক্ত ন্যায় দিয়াৰ ব্যৱস্থা কৰাৰ আহ্বান জনালো।’

তাৰোপৰি নতুনকৈ আৰম্ভ কৰিব বিচৰা ছফটৱেৰ ব্যৱস্হাই বহু গৃহৰক্ষীক বিপদৰ ফালে ঠেলি দিছে বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰি অতি শীঘ্ৰে ইয়াৰ সংশোধন ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd