• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰতিবাদী কৃষক প্ৰতিনিধিৰে আলোচনাত বহিব গৃহমন্ত্ৰী অমিত শ্বাহ : ৭ বজাত আমন্ত্ৰণ কৃষক প্ৰতিনিধিক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 8, 2020 5:59 pm
Amit Shah
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি সন্ধিয়া সাত বজাত প্ৰতিবাদী কৃষক সংগঠনৰ প্ৰতিনিধিৰে আলোচনাত বহাৰ সম্ভাৱনা আছে।

ইতমিধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কৃষক সংগঠনসমূহৰ প্ৰতিনিধিক আজি সন্ধিয়া নিজ বাসগৃহত আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা বুলি জানিব পৰা গৈছে।

Apply Now

প্ৰতিবাদৰত দুই কৃষক সংগঠনৰ প্ৰতিনিধিয়ে গৃহমন্ত্ৰীগৰাকীৰ এই আমন্ত্ৰণ গ্ৰহণ কৰা বুলি সংবাদ মাধ্যমৰ আগত জনাইছে।

যদি প্ৰতিবাদৰত সংগঠনে কেন্দ্ৰ গৃহমন্ত্ৰীগৰাকীৰ আমন্ত্ৰণ ৰক্ষা কৰে তেনে আজি সন্ধিয়া ৭ বজাত অমিত শ্বাহৰ বাসগৃহত আলোচনা অনুষ্ঠিত হোৱাটো প্ৰায় নিশ্চিত।

উল্লেখ্য যে প্ৰায় ১২ দিন ধৰি নিৰন্তৰ বিদ্ৰোহ কৰি কৃষক সংগঠসমূহে ইতিমধ্যে চৰকাৰৰ সৈতে পাঁচলানিকৈ আলোচনাত অংশগ্ৰহণ কৰিছিল যদিও প্ৰতিবাৰেই ব্যৰ্থ হৈছে আলোচনা।

ইখনৰ পিছত সিখন আলোচনা ব্যৰ্থ হোৱাৰ পিছতে দেশৰ প্ৰতিবাদৰত কৃষক সংগঠনসমূহে মংগলবাৰে(আজি) দেশজুৰি ৪ ঘণ্টীয়া ভাৰত বন্ধৰ আহ্বান জনায়। আৰু এই বন্ধই সৰ্বাত্মক ৰূপত সফল হোৱা পৰিলক্ষিত হয়।

ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰতিবাদৰত কৃষক সংগঠনক আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা বুলি জানিব পৰা গৈছে।

“গৃহমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা এটা বাৰ্তা আহিছে। আমি তেওঁক সাক্ষাৎ কৰিম। আমাৰ প্ৰতিবাদো অব্যাহত থাকিব। আজি বন্ধ শান্তিপূৰ্ণভাৱে সফল হৈছে।” প্ৰতিবাদৰত ভাৰতীয় কৃষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে সংবাদ মাধ্যমৰ আগত কয়।

ইফালে ৰাষ্ট্ৰীয় কৃষাণ মহাসংঘৰ নেতা শিৱ কুমাৰ শৰ্মা কাকাজীয়ে কেন্দ্ৰীয় কৃষি আইন তিনিখন বাতিলৰ দাবীত আন্দোলন কৰি গ্ৰেপ্তাৰ হোৱা কৃষকসকলক মুকলি কৰাৰ দাবী কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগত উত্থাপন কৰা হ’ব বুলি জানিবলৈ দিয়ে।

“কাৰুল বাঘসহ দিল্লীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত কৃষি আইন বাতিলৰ দাবীত আন্দোলন কৰি কাৰাৰুদ্ধ হোৱা আমাৰ কৃষকসকলক মুক্তিৰ বাবে গৃহমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰা হ’ব।” শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়।

প্ৰতিবাদকাৰীৰ কৃষক প্ৰতিনিধিৰে পূৰ্বৰ আলোচনাসমূহত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টুমৰে কোনো সমাধান সূত্ৰ উলিয়াবলৈ সমৰ্থ নোহোৱাত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৃষক প্ৰতিনিধিক আমন্ত্ৰণ কৰাটোৱে ৰাজনৈতিকভাৱে বিশেষ তাৎপৰ্য বহি কৰিছে।

ইফালে গৃহমন্ত্ৰী গৰাকীয়ে আজি অনানুষ্ঠিকভাৱেহে কৃষক প্ৰতিনিধিৰ সৈতে আলোচনাত বহিব বুলিও জানিব পৰা গৈছে। অৱেশ্যে পূৰ্বৰ কিছু আলোচনাত গৃহমন্ত্ৰী অমিত শ্বাহে টেলিফোনিকভাৱে অংশগ্ৰহণ কৰা বুলি প্ৰকাশ পাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd