• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰিগাঁৱত ভোটাৰ সংশোধনী পৰ্যবেক্ষক; সম্পূৰ্ণ শুদ্ধ ভোটাৰ তালিকা প্ৰকাশৰ নিৰ্দেশ

NE NOW NEWS চানু গগৈ
মৰিগাঁও , December 14, 2020 8:44 pm

1 min read

মৰিগাঁৱত ভোটাৰ সংশোধনী পৰ্যবেক্ষক; সম্পূৰ্ণ শুদ্ধ ভোটাৰ তালিকা প্ৰকাশৰ নিৰ্দেশ

ফটো : নৰ্থ-ইষ্ট নাও

125
VIEWS
Share on FacebookShare on Twitter

আজি মৰিগাঁও জিলাস্থিত জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত CAD (Central Assam Division)ৰ আয়ুক্ত তথা ইলেক্ট’ৰেল অবজাৰভাৰ মলয় বৰা (IAS)ৰ লগত SOD দেৱজিত বৰুৱা (ACS) ই ভোটাৰ তালিকা সংশোধনীৰ কামৰ পৰ্যালোচনা কৰিবলৈ ৩ বজাত  উপস্থিত হয়।

তেওঁলোকে ERO, AERO, BLOS, BLO সকলৰ পৰা  বৰ্তমান খচৰা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ কামৰ বুজ লয়।

তেওঁ লোকে  জিলাখনৰ কোনো এজন যোগ্য ভোটাৰ যাতে বাদ পৰি নাযায় আৰু যি সকল ভোটাৰৰ ভোটাৰ তালিকাত ফটো সংলগ্ন কৰিব পৰা নাই সেই সকল ভোটাৰৰ ফটো সংগ্ৰহ কৰি সম্পূৰ্ণ শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ কৰিব পৰাকৈ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰী সকলক নিষ্ঠাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে।

আজিৰ এই কাৰ্যসূচীত জিলা উপায়ুক্ত লীনা দাস প্ৰমুখ্যে অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ কুমাৰ শৰ্মা আৰু নিৰ্বাচনী বিষয়া দীপময় ঠাকুৰীয়া লগতে বিভাগীয় কৰ্মচাৰী সকল উপস্থিত থাকে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd