• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Hondaৰ ‘কাৰ’ত ৪ লাখ টকাৰ ডিস্কাউন্ট; ৩০ ছেপ্টেম্বৰ পৰ্যন্ত আছে অ’ফাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 13, 2019 3:26 pm

2 min read

city_091319010814 123

ফটো : ইন্টাৰেনেটৰ সৌজন্যত

19k
VIEWS
Share on FacebookShare on Twitter

উৎসৱৰ দিন সমাগত। ইয়াৰ মাজতে Honda ৰ তৰফৰ পৰা ইয়াৰ ‘কাৰ’ সমূহত ৪ লাখ টকা পৰ্যন্ত ডিস্কাউন্ট আগবঢ়াইছে।

তদুপৰি, পুৰণি কাৰ এক্সচেঞ্জ কৰি অতিৰিক্ত ডিস্কাউন্টো লাভ কৰিব পাৰে। অৱশ্যে কোম্পানীৰ এই সকলোবোৰ অ’ফাৰ ৩০ ছেপ্টেম্বৰ পৰ্যন্তহে থাকিব।

কোম্পানীৰ এই অ’ফাৰসমূহত কি আছে এবাৰ চাই লওকঃ

Honda Amaze: হোণ্ডাৰ এই কাৰ খনত মুঠ ৪২ হাজাৰ টকাৰ ৰেহাই পাব। কোম্পানীৰ ৱেবছাইটত দিয়া জাননী অনুসৰি নতুন কাৰ ক্ৰয় কৰিলে ১২,০০০ টকাৰ এক্সটেণ্ডেড ৱাৰেন্টি লাভ কৰিব।

তদুপৰি, ১৬,০০০ টকাৰ ৩ বছৰৰ বাবে হোণ্ডা কেয়াৰ মেইন্টেইনেন্স কাৰ্যসূচীৰ সুবিধাও লাভ কৰিব। সেইদৰে পুৰণি কাৰ এক্সচেঞ্জত চতুৰ্থ আৰু পঞ্চম বছৰৰ বাবে ১২,০০০ টকা পৰ্যন্ত এক্সটেণ্ডেড ৱাৰেন্টি লাভ কৰিব।

ইয়াৰ উপৰি ৩০,০০০ টকা পৰ্যন্ত অতিৰিক্ত ৰেহাইয়ো আছে। অৱশ্যে, ACE এডিছনত এই অ’ফাৰ প্ৰযোজ্য নহয়। ইয়াৰ বাবে বেলেগকৈ অ’ফাৰ আগবঢ়োৱা হৈছে।

Honda Jazz : এই কাৰ খনত ২৫,০০০ টকাৰ নগদ ডিস্কাউন্ট আছে। তদুপৰি, পুৰণি কাৰ এক্সচেঞ্জ কৰা ক্ষেত্ৰত চৰ্ত সাপেক্ষে ২৫,০০০ টকাৰ অতিৰিক্ত ৰেহাইয়ো লাভ কৰিব পাৰে।

civic_091319010814 34
ফটো : নৰ্থইষ্ট নাও

Honda WR-V : হোণ্ডাৰ এই কাৰ খনত ২৫,০০০ টকাৰ নগদ ডিস্কাউন্টৰ লগতে এক্সচেঞ্জ অ’ফাৰৰ জৰিয়তে অতিৰিক্ত ২৫,০০০ টকা পৰ্যন্ত ৰেহাই আছে।

Honda City : এই কাৰ খনত নগদ ৰেহাই কথা যদি কোৱা হয় তেতিয়াহ’লে ৩০,০০০ টকা ডিস্কাউন্ট লাভ কৰাৰ লগতে এক্সচেঞ্জ অ’ফাৰত ৩২,০০০ টকাৰ অতিৰিক্ত ৰেহাই লাব কৰিব।

Honda BR-V: এই কাৰ খনত ১.১০ টকা পৰ্যন্ত লাভৰ সুবিধা ল’ব পাৰে। পুৰণি কাৰ এক্সচেঞ্জ কৰি নতুন BR-V ক্ৰয় কৰিলে ৩৩,৫০০০ টকা পৰ্যন্ত নগদ ডিস্কাউন্ট, ৫০,০০০ টকাৰ অতিৰিক্ত ডিস্কাউন্ট আৰু ২৬,৫০০ টকাৰ সা-সৰঞ্জাম আগবঢ়োৱা হ’ব।

Honda Civic : এই কাৰ খনত চৰ্তসাপেক্ষে নগদ ডিস্কাউন্ট ২ লাখ ৫০ হাজাৰ টকা পৰ্যন্ত ৰেহাই দিয়া হৈছে।

Honda CR-V : এই কাৰ খনত চৰ্তসাপেক্ষে নগদ ডিস্কাউন্ট ৪ লাখ টকা পৰ্যন্ত লাভ কৰিব পাৰে। হোণ্ডাৰ এই সকলোবোৰ অ’ফাৰ স্থান আৰু ইয়াৰ ভিন্নতা অনুসৰি বেলেগ হ’ব পাৰে। অধিক জানিবৰ বাবে https://www.hondacarindia.com/offers লিংকত ভিজিট কৰি চাব পাৰে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd