• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অটো

বজাৰলৈ আহিছে 2026 Honda X-ADV; এইবাৰ অধিক আকৰ্ষণীয় ৰং আৰু উন্নত প্ৰযুক্তিৰ সৈতে

by
August 7, 2025 3:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তঃৰাষ্ট্ৰীয় বজাৰত হোণ্ডাই তেওঁলোকৰ এডভেঞ্চাৰ ষ্টাইলৰ স্কুটাৰ ২০২৬ হোণ্ডা এক্স-এডিভি মুকলি কৰিছে। এই নতুন সংস্কৰণত এটি আকৰ্ষণীয় বিশেষ বগা ৰং সংযোজন কৰা হৈছে, য’ত নীলা আৰু ৰঙা গ্ৰাফিক্স আছে। এই নতুন ৰঙৰ মডেলটো পুৰণি বগা, ধূসৰ আৰু ক’লা ৰঙৰ বিকল্পৰ সমান্তৰালভাৱে বিক্ৰী কৰা হ’ব।

2026 Honda X-ADV ৰ DCT গিয়াৰবক্স আপডেট কৰা হৈছে

Apply Now

যান্ত্ৰিকভাৱে এক্স-এডিভিত কোনো ডাঙৰ পৰিৱৰ্তন হোৱা নাই যদিও ডিচিটি বা ডুৱেল ক্লাচ ট্ৰেন্সমিছন চিষ্টেমত কিছু সূক্ষ্ম পৰিৱৰ্তন কৰা হৈছে। বিশেষকৈ স্থিৰাৱস্থাৰ পৰা চলিবলৈ আৰম্ভ কৰাৰ সময়ত স্মুথ এক্সোলাৰেশ্যন আৰু শ্লো স্পীড  কন্ত্ৰোল আগৰ তুলনাত উন্নত কৰা হৈছে। ক্লাচৰ চেটআপো সলনি কৰা হৈছে, যাতে উন্নত ৰেছপঞ্চ আৰু ফিল উপলব্ধ হয়।

শক্তিশালী ৭৪৫চিচি ইঞ্জিন

২০২৬ চনৰ হোণ্ডা এক্স-এডিভিত ৭৪৫চিচি লিকুইড কুল্ড পেৰেলেল-টুইন ইঞ্জিন আছে যিয়ে ৬,৭৫০ আৰপিএমত ৫৭.৮ বিএইচপি আৰু ৪,৭৫০ আৰপিএমত ৬৯ এনএম টৰ্ক উৎপাদন কৰে। এই ইঞ্জিনটো ছয় স্পীড ডিচিটি গিয়াৰবক্সৰ সৈতে সংযুক্ত কৰা হৈছে যিটো দুটা মোডত চলাব পাৰি – অটোমেটিক আৰু মেনুৱেল। ইয়াৰ ফলত ৰাইডাৰে নিজেই গিয়াৰ সলনি কৰিব পাৰে বা সম্পূৰ্ণ অটোমেটিক মোডত কাম কৰিব পাৰে।

ফিচাৰৰ ক্ষেত্ৰত এক্স-এডিভি নিঃসন্দেহে এখন প্ৰিমিয়াম এডভেঞ্চাৰ স্কুটাৰ। ইয়াত সম্পূৰ্ণ এল ই ডি লাইটিং, ক্ৰুজ কন্ট্ৰ’ল, হোণ্ডা চেলেক্টেবল টৰ্ক কণ্ট্ৰ’ল (এইচ এছ টি চি) আৰু চাৰিটা ৰাইডিং মোড – ষ্টেণ্ডাৰ্ড, ৰেইন, স্প’ৰ্ট আৰু গ্ৰেভেল আছে। ইয়াৰ উপৰিও ইয়াত ৫ ইঞ্চিৰ ৰঙীন টিএফটি ডিছপ্লে আছে, যিয়ে ব্লুটুথ সংযোগ আৰু টাৰ্ণ-বাই-টাৰ্ণ নেভিগেচন প্ৰদান কৰে।

অফ-ৰোড ৰাইডৰ বাবে প্ৰস্তুত চেছিছ আৰু ছাচপেনচন

এডভেঞ্চাৰ স্কুটাৰখনত আছে এটা মজবুত টিউবুলাৰ ষ্টীল ফ্ৰেম, যিটো ৪১ মিলিমিটাৰ ইউ এছ ডি ফৰ্ক আৰু প্ৰিলোড-এডজাষ্টেবল মনোশ্বকৰ জৰিয়তে ছাছপেণ্ড কৰা হৈছে। স্কুটাৰখনে ১৭ ইঞ্চিৰ সন্মুখৰ চকা আৰু ১৫ ইঞ্চিৰ পিছৰ চকাত চলায়, দুয়োটা টিউবলেছ আৰু স্পকযুক্ত চকা। ব্ৰেকিঙৰ বাবে আগফালে ডুৱেল ডিস্ক আৰু পিছফালে এটা ডিস্ক ব্ৰেক দিয়া হৈছে।

উল্লেখ্য যে ভাৰতৰ বজাৰত এতিয়াও উপলব্ধ হোৱা নাই ২০২৬ চনৰ নতুন মডেল। বৰ্তমান এক্স-এডিভিৰ পুৰণি সংস্কৰণ ১১.৯০ লাখ টকাত (এক্স-শ্ব’ৰুম) উপলব্ধ। এই মূল্যৰ ৰেঞ্জত ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বী হৈছে BMW C 400 GT, যাৰ মূল্য ১১.৭৫ লাখ টকা (এক্স শ্ব’ৰুম)।

মুঠতে ২০২৬ চনৰ হোণ্ডা এক্স-এডিভিয়ে নতুন ৰং আৰু উন্নত ট্ৰেন্সমিছন চিষ্টেমৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বজাৰত ৰাইডাৰসকলক অধিক ৰোমাঞ্চকৰ অভিজ্ঞতা প্ৰদান কৰিবলৈ সাজু হৈছে। বাইক অনুৰাগীসকলে এতিয়া আগ্ৰহেৰে বাট চাই আছে এই আপডেট কৰা মডেলটো কেতিয়া ভাৰতৰ বজাৰলৈ আহিব।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ প্ৰলয়ংকাৰী বানৰ বাবে চীন দায়ী নেকি? ভাৰতীয় সংবাদ মাধ্যমৰ দাবীক লৈ বেইজিঙৰ স্পষ্টীকৰণ

নেপালৰ প্ৰলয়ংকাৰী বানৰ বাবে চীন দায়ী নেকি? ভাৰতীয় সংবাদ মাধ্যমৰ দাবীক লৈ বেইজিঙৰ স্পষ্টীকৰণ

September 1, 2026 10:34 am
পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

September 1, 2026 10:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd