• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বীভৎস কাণ্ড: ৪ বছৰীয়া কন্যা শিশুক অপহৰণ আৰু যৌ*ন নিৰ্যাতন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 9, 2025 9:30 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম বংগৰ হুগলী জিলাত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। হুগলীৰ বঞ্জাৰা সম্প্ৰদায়ৰ এগৰাকী চাৰি বছৰীয়া কন্যা শিশুক অপহৰণ কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষীয়ে জনোৱা মতে, আইতাকৰ কাষত শুই থকাৰ পৰাই শিশুটিক লৈ যায়।

জানিব পৰা মতে পৰিয়ালটোৱে এটা অস্থায়ী আশ্ৰয় শিবিৰত বাস কৰিছিল। তেওঁলোকৰ ঘৰ ভাঙি পেলোৱাৰ বাবে তেওঁলোকে জালেৰে ঢাকি থোৱা বিচনাৰ তলত থাকিবলৈ বাধ্য হৈছিল। ৰাতিপুৱা প্ৰায় ৪ বজাত আইতাকে সাৰ পাই নাতিনীয়েকক নেদেখি চিন্তিত হয়।

Apply Now

আইতাকৰ ভাষ্য অনুসৰি, “ছোৱালীজনী মোৰ লগত শুই আছিল। কেতিয়া আৰু কোনে লৈ গৈছিল, মই গম নাপালোঁ।” পিছত উলংগ অৱস্থাত উদ্ধাৰ হৈছিল বুলি জানিবলৈ দিয়ে।

দ্য ইণ্ডিয়ান এক্সপ্ৰেছ (The Indian Express) ত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, উদ্ধাৰকাৰীয়ে ভুক্তভোগী ছোৱালীজনীক এটা নলাৰ ওচৰত অচেতন অৱস্থাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। শিশুটিৰ গালত কামোৰৰ চিন আৰু শৰীৰত কোনো কাপোৰ নাছিল। ভুক্তভোগী ছোৱালীজনীক প্ৰথমে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাৰ পিছত উন্নত চিকিৎসাৰ বাবে চন্দননগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ইতিমধ্যে আৰক্ষীয়ে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (POCSO) আইনৰ অধীনত গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে। হুগলী গ্ৰাম্য আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে তেওঁলোকে বিষয়টোৰ ওপৰত গুৰুত্বসহকাৰে তদন্ত কৰি আছে।

এই ঘটনাক লৈ ৰাজ্যজুৰি ক্ষোভৰ সৃষ্টি হয়। বিৰোধী দল ভাৰতীয় জনতা পাৰ্টিয়ে (BJP) মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ চৰকাৰক দুৰ্বল আইন-শৃংখলাৰ বাবে সমালোচনা কৰে। বিৰোধী দলপতি সুবেন্দু অধিকাৰীয়ে চৰকাৰৰ ভাবমূৰ্তি ৰক্ষাৰ বাবে এই অপৰাধ ঢাকিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰে।

ক্ষোভিত ৰাইজে ভুক্তভোগীক ক্ষিপ্ৰ ন্যায় প্ৰদান কৰাৰ লগতে দুৰ্বল পৰিয়ালটোৰ সুৰক্ষাৰ দাবী জনাইছে। আৰক্ষীয়ে সন্দেহজনক লোকজনক বিচাৰিছে যদিও এতিয়ালৈকে অপৰাধীক ধৰা পেলাব পৰা নাই।

A 4-year old girl child has been Raped in Tarkeshwar.
Family rushes to Police Station, but FIR not registered !
Taken to the Hospital – referred to Chandannagar.
Tarkeshwar Police busy burying the Crime.

This is the True Face of Mamata Banerjee’s free-for-all regime.
A… pic.twitter.com/XujzQSCmEQ

— Suvendu Adhikari (@SuvenduWB) November 8, 2025
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd