• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপত ধনেশ চৰাই, বন গাহৰি হত্যা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 6, 2020 12:38 pm

1 min read

Story-4-4-1140x570

প্ৰতিনিধিত্বমূলক ফটো।

2.4k
VIEWS
Share on FacebookShare on Twitter

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপত চাৰিটা মতা ধনেশ চৰাই আৰু এটা বন গাহৰি কৰাৰ পাছত গাহৰিটোৰ মাংস গ্ৰাহকক বিক্ৰী কৰা হয়।

সূত্ৰসমূহে জনায় যে চৰাইকেইটা চন্দ্ৰপুৰ আৰক্ষী থানাৰ অন্তৰ্গত হাতীবাগৰাৰ ওচৰৰ বিহাৰী-বস্তিত হত্যা কৰা হৈছিল।

‘’ধনেশ চৰাইকেইটা হত্যা কৰাটো দুৰ্ভাগ্যজনক। এইটো বাহ সজাৰ সময় আৰু মতা ধনেশকেইটা তেওঁলোকৰ বাহলৈ খাদ্য সংগ্ৰহত ব্যস্ত থাকে য’ত মাইকী ধনেশে এখন সৰুকৈ খোলা থকা বাহৰ ভিতৰত নিজকে বন্দী কৰি ৰাখে,’’-স্থানীয় লোকে জানিবলৈ দিয়ে।

‘’মতাকেইটাৰ মৃত্যুত খাদ্য সৰবৰাহ বন্ধ হৈ পৰিব আৰু পোৱালিবোৰৰ সৈতে মাইকী চৰাইটোও খাদ্যৰ অভাৱত মৃত্যুমুখত পৰিব।‘’

ইয়াৰ মাজতে আৰ্লি বাৰ্ডছৰ সভাপতি মলয় বৰুৱাই চন্দ্ৰপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

চৰাইকেইটা আৰু বন গাহৰিটোৰ হত্যাত চাৰিজন লোকক অভিযুক্ত কৰা হৈছে।

কোভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰা নাই যদিও তেওঁলোকক মাতিলেই আৰক্ষী থানাত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

Recent News

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঐতিহাসিক বিজয়ত টীম ইণ্ডিয়ালৈ Google-ৰ বিশেষ সন্মান

coalmining-750x375

মেঘালয়ৰ কয়লা খনিত দুৰ্ঘটনাত নিহত অসমৰ ৬ শ্ৰমিক

WhatsApp-v-Facebook-Messenger-950402

হোৱাটছএপতকৈয়ো অধিক বিপদজনক মেছেঞ্জাৰ! কি কয় বিশেষজ্ঞই?

তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত টীম ইণ্ডিয়াৰ প্ৰশংসাত পঞ্চমুখ নৰেন্দ্ৰ মোদী

তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত টীম ইণ্ডিয়াৰ প্ৰশংসাত পঞ্চমুখ নৰেন্দ্ৰ মোদী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd